• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ

উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ

1 year ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

29 minutes ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

2 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

11 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

11 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

11 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

12 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

12 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

13 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

14 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

14 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ

editor by editor
May 8, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ
0
SHARES
831
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰকাশীত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬ যাত্ৰীৰ জীৱন শেষ

আজি ৮ মে’ বৃহস্পতিবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত পাইলটসহ ৬ জন লোকে কৰুণভাৱে মৃত্যুক সাৱটি লয়। লগতে গুৰুতৰভাৱে আহত হয় এজন।

আহত এজনক ঋষিকেশলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে দুৰ্যোগ ব্যৱস্থাপনা দলৰ সৈতে আৰক্ষী প্ৰশাসনে সেই স্থানলৈ ৰাওনা হয়। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

বৃহস্পতিবাৰে পুৱা প্ৰায় ৮:৪৫ মান বজাত গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ গংগানীৰ সমীপত সংঘটিত হয় এই হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী, এছডিআৰএফ, অগ্নিনিৰ্বাপক, চিকিৎসা আৰু অন্যান্য দুৰ্যোগ সাহায্য দল উপস্থিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱা হেলিকপ্টাৰখনত পাইলটসহ মুঠ ৭জন লোক আছিল। ইয়াৰে ৬জন যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। আনজন লোক গুৰুতৰভাৱে আহত হয়। হেলিকপ্টাৰখনত থকা চাৰিজন যাত্ৰী মুম্বাই আৰু দুজন অন্ধ্ৰপ্ৰদেশৰ বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা সকল-
১) কলা সোণী ৬১, মুম্বাই
২) বিজয়া ৰেড্ডী ৫৭, মুম্বাই
৩) ৰুচি আগৰৱাল ৫৬, মুম্বাই
৪) ৰাধা আগৰৱাল ৭৯, ইউ পি
৫) বেদাৱতী কুমাৰী ৪৮, এ পি অন্ধ্ৰ প্ৰদেশ।
৬) ৰবিন সিং ৬০, গুজৰাট – পাইলট।
আঘাতপ্ৰাপ্ত
মস্তু ভাস্কৰ (ম) ৫১, এ পি, আহত

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক
জীৱনশৈলী

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

August 8, 2026
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!
বিশ্ব

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

August 8, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

August 8, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

August 7, 2026
Next Post
এটাৰ পাছত এটাকৈ সঁচা হৈ আছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ভাৰত-পাকিস্তানৰ যুদ্ধ অন্যতম

এটাৰ পাছত এটাকৈ সঁচা হৈ আছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ভাৰত-পাকিস্তানৰ যুদ্ধ অন্যতম

ৰোহিতৰ পাছত এইবাৰ আন এগৰাকী দ্বিগ্বজ খেলুৱৈক বান্ধি দিলে অৱসৰৰ সময়

ৰোহিতৰ পাছত এইবাৰ আন এগৰাকী দ্বিগ্বজ খেলুৱৈক বান্ধি দিলে অৱসৰৰ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.