• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি

গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি

1 year ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

4 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

4 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

5 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

5 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

7 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

7 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

7 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

8 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

9 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

9 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি

editor by editor
July 29, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি
0
SHARES
11.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰীষ্ম বন্ধৰ পাছতে ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান, কিন্তু তাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশনা জাৰি

৩১ জুলাই তাৰিখ বৃহস্পতিবাৰে অন্ত পৰিব গ্ৰীষ্ম বন্ধ। এই বন্ধৰ পাছতে ১ আগষ্ট শুকুৰবাৰ পৰা ৰাজ্যত  পুনৰ আৰম্ভ হ’ব পাঠদান। কিন্তু পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা।

ৰাজ্যত বৰ্তমানেও গ্ৰীষ্মৰ প্ৰৱাহৰ প্ৰকোপ অব্যাহত আছে। সেয়ে গ্ৰীষ্মৰ প্ৰৱাহৰ বাবে পাঠদান আৰু বিদ্যালয় ছুটী সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। নিৰ্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO  দীপিকা চৌধুৰীৰ।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি-

পুৱা ৭.৩০ বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ’ব পাঠদান।

ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি থাকিব সময়ৰ তাৰতম্য

নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটীৰ সময় পুৱা ১১.৩০ বজা

উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছুটীৰ সময় ১২ বজা

মাধ্যমিক পৰ্যায়ৰ শিক্ষনুষ্ঠানত পাঠদান চলিব দিনৰ ১ বজা পৰ্যন্ত।

লগতে ইয়াকো সদৰি কৰে যে, কেৱল চৰকাৰী খণ্ডৰেই নহয়, ব্যক্তিগত শিক্ষানুষ্ঠানতো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: School timeSummer Vacation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’
অসম

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

October 6, 2026
Next Post
টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কমবয়সীয়া শীৰ্ষ ৫ খেলুৱৈ কোন কোন! তালিকাত এগৰাকী ভাৰতীয় কিম্বদন্তী

টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কমবয়সীয়া শীৰ্ষ ৫ খেলুৱৈ কোন কোন! তালিকাত এগৰাকী ভাৰতীয় কিম্বদন্তী

চন্দ্ৰৰ ৰাশি পৰিৱৰ্তন, সফল হোৱাত কোনেও বাধা দিব নোৱাৰে ৩ ৰাশিৰ লোকক

চন্দ্ৰৰ ৰাশি পৰিৱৰ্তন, সফল হোৱাত কোনেও বাধা দিব নোৱাৰে ৩ ৰাশিৰ লোকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.