• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কমবয়সীয়া শীৰ্ষ ৫ খেলুৱৈ কোন কোন! তালিকাত এগৰাকী ভাৰতীয় কিম্বদন্তী

টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কমবয়সীয়া শীৰ্ষ ৫ খেলুৱৈ কোন কোন! তালিকাত এগৰাকী ভাৰতীয় কিম্বদন্তী

1 year ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

24 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

34 minutes ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

51 minutes ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

3 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

9 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

18 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

18 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কমবয়সীয়া শীৰ্ষ ৫ খেলুৱৈ কোন কোন! তালিকাত এগৰাকী ভাৰতীয় কিম্বদন্তী

editor by editor
July 29, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কমবয়সীয়া শীৰ্ষ ৫ খেলুৱৈ কোন কোন! তালিকাত এগৰাকী ভাৰতীয় কিম্বদন্তী
0
SHARES
531
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কমবয়সীয়া শীৰ্ষ ৫ খেলুৱৈ কোন কোন! তালিকাত এগৰাকী ভাৰতীয় কিম্বদন্তী

টেষ্ট ক্ৰিকেট মানেই ধৈৰ্য আৰু পুৰঠ তথা অভিজ্ঞতা সম্পন্ন খেলুৱৈৰ খেল। যিমানেই ধৈৰ্য সহকাৰে ফিল্ডত টিকি থাকি উইকেট ৰক্ষা কৰি ৰান কৰিব পাৰিব সিমানেই দলৰ বাবে ভাল। পাছে এইদৰে ধৈৰ্য অনাটো এগৰাকী কম বয়সীয়া খেলুৱৈৰ বাবে কিঠু কঠিন।

ডেকা বয়সত উগ্ৰ স্বভাৱে কিছু অধৈৰ্য কৰি তোলে খেলুৱৈ সকলক। সেয়ে টেষ্ট ক্ৰিকেটত সদায়ে অভিজ্ঞতাসম্পন্ন খেলুৱৈক স্থান দিয়াটো নিশ্চিত কৰে দলীয় মেনেজমেণ্টে।

কিন্তু ইয়াৰ পাছতো টেষ্ট ক্ৰিকেটত কেইগৰাকীমান এনে খেলুৱৈ আছে, যিয়ে অতি কম বয়সতে টেষ্ট ক্ৰিকেটত অভিষেক ঘটাইছিল। সেই শীৰ্ষ ৫ খেলুৱৈৰ ভিতৰত এগৰাকী ভাৰতীয় কিম্বদন্তী খেলুৱৈ। সেই ৫ গৰাকী অতি কমবয়সীয়া খেলুৱৈ হৈছে-

হাছান ৰাজা- পাকিস্তান
কম বয়সতে টেষ্ট ক্ৰিকেট খেলাৰ অভিলেখ পাকিস্তানৰ হাছান ৰাজাৰ নামত বৰ্তমানেও অক্ষত। হাছান ৰাজাই মাত্ৰ ১৪ বছৰ ২২৭ দিন বয়সতে পাকিস্তানৰ হৈ টেষ্টত অভিষেক ঘটাইছিল। ১৯৯৬ চনৰ ২৪ অক্টোবৰত ফৈছালাবাদত জিম্বাবুৱেৰ বিৰুদ্ধে খেলা মেচত হাছান ৰাজাই অভিষেক ঘটাইছিল।

মুস্তাক মহম্মদ- পাকিস্তান
এই তালিকাৰ দ্বিতীয় নামটোও হৈছে পাকিস্তানৰে খেলুৱৈৰ। কিংবদন্তি ক্ৰিকেটাৰ মুস্তাক মহম্মদে ১৯৫৯ চনৰ ২৬ মাৰ্চত লাহোৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৫ বছৰ ১২৪ দিন বয়সত প্ৰথম টেষ্ট মেচ খেলিছিল। পিছলৈ পাকিস্তানৰ সফল অধিনায়কৰ ভিতৰতো তেওঁক গণ্য কৰা হয় আৰু প্ৰশিক্ষক হিচাপেও পাছলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

মহম্মদ শ্বৰীফ- বাংলাদেশ
তিনি নম্বৰ স্থানত আছে বাংলাদেশৰ মহম্মদ শ্বৰীফে, যিয়ে ১৫ বছৰ ১২৮ দিন বয়সত জিম্বাবুৱেৰ বিৰুদ্ধে ২০০১ চনৰ ১৯ এপ্ৰিলত টেষ্ট খেলত অভিষেক ঘটাইছিল।

আকিব জাভেদ- পাকিস্তান
চতুৰ্থ স্থানত পুনৰ পাকিস্তানী খেলুৱৈ। আকিব জাভেদে ১৯৮৯ চনৰ ১০ ফেব্ৰুৱাৰীত ৱেলিংটনত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬ বছৰ ১৮৯ দিন বয়সত টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল। পাছলৈ জাভেদ পাকিস্তানৰ দ্ৰুত বলিঙৰ পৰিচয় হৈ পৰে।

শচীন তেণ্ডুলকাৰ- ভাৰত
এই তালিকাৰ পঞ্চম স্থানত আছে ভাৰতৰ সৰ্বকালৰ অন্যতম তথা ক্ৰিকেট জগতৰ ভগৱান আখ্যা পোৱা শচীন টেণ্ডুলকাৰ। ১৯৮৯ চনৰ ১৫ নৱেম্বৰত কৰাচীত পাকিস্তানৰ বিৰুদ্ধে মাত্ৰ ১৬ বছৰ ২০৫ দিন বয়সতে টেষ্ট ক্ৰিকেটত অভিষেক ঘটাইছিল শচীনে। সেই মেচখনত শচীনে ৱাছিম আক্ৰাম আৰু ৱাকাৰ ইউনিছৰ দৰে তীব্ৰ বলাৰৰ মুখামুখি হৈছিল আৰু কোনো ভয় নোহোৱাকৈ উৎকৃষ্ট খেল প্ৰদৰ্শন কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Cricketertest cricketYoungest CricketerYoungest Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড
বাণিজ্য

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

September 15, 2026
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
Next Post
চন্দ্ৰৰ ৰাশি পৰিৱৰ্তন, সফল হোৱাত কোনেও বাধা দিব নোৱাৰে ৩ ৰাশিৰ লোকক

চন্দ্ৰৰ ৰাশি পৰিৱৰ্তন, সফল হোৱাত কোনেও বাধা দিব নোৱাৰে ৩ ৰাশিৰ লোকক

৫ বছৰলৈ হ’ব পৰে জেল, ৰে’ল যাত্ৰাৰ সময়ত আপুনিও কৰে নেকি এই কাম !

৫ বছৰলৈ হ'ব পৰে জেল, ৰে'ল যাত্ৰাৰ সময়ত আপুনিও কৰে নেকি এই কাম !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.