• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি-২০ ৰ পৰা কোহলিৰ অবসৰ ঘোষণাৰ ১২০ মিনিটৰ পাছতেই ৰোহিতেও বিদায় দিলে টি-২০ক, একেলগে কিয় এই সিদ্ধান্ত?

টি-২০ ৰ পৰা কোহলিৰ অবসৰ ঘোষণাৰ ১২০ মিনিটৰ পাছতেই ৰোহিতেও বিদায় দিলে টি-২০ক, একেলগে কিয় এই সিদ্ধান্ত?

2 years ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

5 minutes ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

37 minutes ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

2 hours ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

3 hours ago
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

4 hours ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

5 hours ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

20 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

20 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

21 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

21 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টি-২০ ৰ পৰা কোহলিৰ অবসৰ ঘোষণাৰ ১২০ মিনিটৰ পাছতেই ৰোহিতেও বিদায় দিলে টি-২০ক, একেলগে কিয় এই সিদ্ধান্ত?

টি-২০ ৰ পৰা কোহলিৰ অবসৰ ঘোষণাৰ ১২০ মিনিটৰ পাছতেই ৰোহিতেও বিদায় দিলে টি-২০ক, একেলগে কিয় এই সিদ্ধান্ত?

editor by editor
June 30, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
টি-২০ ৰ পৰা কোহলিৰ অবসৰ ঘোষণাৰ ১২০ মিনিটৰ পাছতেই ৰোহিতেও বিদায় দিলে টি-২০ক, একেলগে কিয় এই সিদ্ধান্ত?
0
SHARES
798
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টি-২০ বিশ্বকাপ ভাৰতলৈ আহিল৷ ১৭ বছৰৰ অন্তত জয়ৰ সোৱাদ পালে ভাৰতীয় দলে৷ মেচৰ পুৰস্কাৰ গ্ৰহণ কৰিবলৈ গৈ সুখৰ মাজতো ৰোহিত বিৰাটে দিলে দুঃখবৰ৷ পুৰস্কাৰ হাতত তুলি লৈ বিৰাটে ক’লে এয়াই দেশৰ হৈ খেলা মোৰ শেষৰখন টি-২০ মেচ৷ সেই ঘোষণাৰ ১২০ মিনিট পাছত অৱসৰ ঘোষণা কৰিছে ৰোহিত শৰ্মাইয়ো৷ সংবাদমেলত এই কথা স্পষ্ট কৰি দিয়ে ৰোহিত শৰ্মাই৷

মেচৰ শেষত সংবাদমেলত ৰোহিতে কয়, ‘এয়াই ভাৰতৰ হৈ মোৰ শেষ টি-২০ মেচ আছিলষ মই আৰু দেশৰ হৈ টি-২০ নেখেলো৷ এই সিদ্ধান্ত লোৱাৰ বাবে ইয়াতকৈ ভাল সময় নাই৷ এই ফৰমেটতেই ভাৰতীয় দলত মোৰ অভিষেক হৈছিল৷ আৰু এই খেলৰ পৰাই মই বিদায় লম৷’ টি-২০ৰ পৰা বিদায় ল’লেও টেষ্ট মেচ খেলি যাব বুলি জনাইছে ৰোহিতে৷

ৰোহিতে লগতে কয় যে এয়াই তেওঁৰ শেষ সুযোগ আছিল৷ সেয়ে ট্ৰফী জিকাটো মোৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বিষয় আছিল৷ ভাৰতীয় অধিনায়কগৰাকীয়ে কয়, ‘যিদিনাৰ পৰা টি-২০ খেল উপভোগ কৰিছো, খেল খেলিছো সেইদিনাৰ পৰা মোৰ এটাই ভোক আছিল৷ সেই ভোক হৈছে ট্ৰফী৷ বিশ্বকাপ ট্ৰফী৷ শেষ পৰ্যন্ত সেই সুখ আমি পালো৷ মোতকৈ সুখী মানুহ আজি কোন হ’ব!’

বিশ্বকাপ জিকি উঠি ৰোহিতে জনাইছে, ‘এক কথাত নিজৰ অনুভূতি প্ৰকাশ কৰিব নোৱাৰো৷ বিগত ৩-৪ বছৰ ধৰি যি পৰিস্থিতিৰ মাজত আছো সেই কথা বুজাব নোৱাৰো৷ সঁচাকৈ ক’বলৈ হ’লে দলৰ প্ৰত্যেকেই প্ৰচুৰ পৰিশ্ৰম কৰিছে৷ ফাইনেলত উঠি বিজয়ৰ সোৱাদ লোৱাৰ আঁৰত সোমাই আছে আমাৰ দলৰ কঠোৰ পৰিশ্ৰম৷ এই জয় এদিনীয়া নহয়, বিগত ৩-৪বছৰ ধৰি কৰা পৰিশ্ৰমৰ জয়৷ বিগত ৩-৪ বছৰ আমি পৰিশ্ৰম কৰিছো৷ তাৰেই ফল লাভ কৰিছো৷’

ইয়াৰ পূৰ্বেও কঠিন পৰিস্থিতিত পৰিছে ভাৰতীয় ক্ৰিকেট দলটো৷ বেছিভাগ সময়তে হতাশা আহিছে৷ কিন্তু পিছুৱাই নগৈ আগুৱাই গৈছে ভাৰতীয় দল৷ হাৰি হাৰি লোৱা শিক্ষা ভাৰতীয় দলটোৰ বাদে কাৰনো থাকিব? ৰোহিতে এই সন্দৰ্ভত কয়, ‘হাৰি হাৰি সকলোৱে বুজি উঠিছে, কঠিন পৰিস্থিতিত কেনেকৈ শান্তভাৱে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগে৷ যেতিয়া দক্ষিণ আফ্ৰিকাৰ হাতলৈ ট্ৰফী যাওঁ যাওঁ তেতিয়া আমি সকলোৱে ব্যক্তিবিশেষে নহয় এটা দল হিচাপে মোকাবিলা কৰিছো৷ আমি যিকোনো প্ৰকাৰে জিকিব খুজিছিলো৷ এনে প্ৰতিযোগীতাই আমি বিচাৰিছিলো৷ কষ্টেৰে লাভ কৰা সকলোবোৰ বস্তুৱেই বৰ অমূল্য৷ এই ট্ৰফী খুবেই অমূল্য৷ দলৰ সকলোকে লৈ মই খুবেই গৰ্বিত৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!
বাণিজ্য

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

August 2, 2026
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…
প্ৰযুক্তি

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

August 2, 2026
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!
বাণিজ্য

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

August 2, 2026
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?
বিনোদন

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

August 2, 2026
Next Post
‘৬মাহ মনে মনে আছিলো, জানিছিলো কোৱাৰ সময় এদিন মোৰো আহিব’ দেশৰ বাবে বিশ্বকাপ জয় কৰি কিয় কান্দোনত ভাঙি পৰিল হাৰ্দিক পাণ্ডিয়া

‘৬মাহ মনে মনে আছিলো, জানিছিলো কোৱাৰ সময় এদিন মোৰো আহিব’ দেশৰ বাবে বিশ্বকাপ জয় কৰি কিয় কান্দোনত ভাঙি পৰিল হাৰ্দিক পাণ্ডিয়া

বিশ্বজয়ী কোচৰ কথাত অপ্ৰাপ্তিৰ অব্যক্ত বেদনা! বিদায়বেলাত কি ক’লে কোচ ৰাহুল দ্ৰাবিড়ে?

বিশ্বজয়ী কোচৰ কথাত অপ্ৰাপ্তিৰ অব্যক্ত বেদনা! বিদায়বেলাত কি ক’লে কোচ ৰাহুল দ্ৰাবিড়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.