• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত

পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত

editor by editor
November 12, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, বাণিজ্য
0
পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ হ্ৰাস পালে সোণ-ৰূপৰ মূল্য, ১৩৫ টকালৈ হ্ৰাস ১ গ্ৰাম সোণত

উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে ভাৰতত আৰম্ভ হৈছে বিয়াৰ বতৰ। আহিন মাহৰ পৰা ভাৰতত আৰম্ভ হয় বিয়া। আহিন, আঘোন, মাঘ বিয়াৰ বাবে উত্তম সময়। এই বিয়াৰ বতৰতে আহিছে সোণৰ মূল্যৰ ওপৰত নতুন আপডেট।

মধ্যবিত্ত শ্ৰেণীৰ বাবে অলপ সকাহ। নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে সোণৰ মূল্যত সকাহ। সামান্য হলেও দিনে দিনে হ্ৰাস পাই গৈ আছে সোণ আৰু ৰূপৰ মূল্য।

প্ৰকাশিত তথ্য অনুসৰি গুৱাহাটীত সোণ-ৰূপৰ মূল্য এনেধৰণৰ-

গুৱাহাটীত সোণৰ মূল্য ২২ কেৰেটৰ প্ৰতি গ্ৰামত কালিৰ তুলনাত ১৩৫ টকা হ্ৰাস পাই ৭২২০ টকাৰ পৰা ৭০৮৫ টকা, ১০ গ্ৰামত ৭২,২০০ টকাৰ পৰা ৭০,৮৫০ টকা।

২৪ কেৰেটৰ প্ৰতি গ্ৰামত ১৪৭ টকা হ্ৰাস পাই ৭৮৭৬ টকাৰ পৰা ৭৭২৯ টকা, ১০ গ্ৰামত ৭৮,৭৬০ টকাৰ পৰা ৭৭২৯০ টকা হৈছে।

১৮ কেৰেটৰ প্ৰতি গ্ৰামত ১১০ টকা হ্ৰাস পাই ৫৯০৭ টকাৰ পৰা ৫৭৯৭ হৈছে, ১০ গ্ৰামত ৫৯,০৭০ টকাৰ পৰা ৫৭৯৭৯ হৈছে।

ৰূপৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ২ টকা হ্ৰাস পাই প্ৰতি গ্ৰামত ৯১ টকা হৈছে। ১০ গ্ৰামত ২০ টকা হ্ৰাসেৰে ৯১০ টকা হৈছে। লগতে এক কেজিৰ দাম ২০০০ টকা হ্ৰাস পাই ৯১,০০০ হাজাৰ টকা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gold PriceGold Price DownPOrice DownSilver Price DownSilver Price' Gold Silver Price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?
জীৱনশৈলী

মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?

February 1, 2026
Next Post
শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

শান্তিৰ নোবেল বঁটাৰ বাবে যোগ্য বিশ্বৰ ভিতৰতে জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী- মাৰ্ক মবিয়াছ

নতুন শক্তিমান দেখি দুখিত অনুৰাগী, মুখ্য এই ৫ কাৰণে অধিক দুখ দিছে অনুৰাগীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.