আসন বুজাবুজিৰ নামত অস্তিত্ব ৰক্ষাৰ যুঁজত নামিছে অসম গণ পৰিষদ। আসনটো বাদ, সন্মান ৰক্ষা হয়নে নহয়, দল ৰক্ষা হয়নে নহয় সেই হিচাপত ব্যস্ত গণ পৰিষদৰ নেতৃত্ব।