• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী, উৰন্ত বিমানত বোমাতংক, মুম্বাইৰ পৰা নিউয়ৰ্কলৈ বুলি উৰা মাৰিছিল বিমান, পাছে…

শিহৰণকাৰী, উৰন্ত বিমানত বোমাতংক, মুম্বাইৰ পৰা নিউয়ৰ্কলৈ বুলি উৰা মাৰিছিল বিমান, পাছে…

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

6 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

7 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

7 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

8 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

8 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

9 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

9 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

10 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

13 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

14 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিহৰণকাৰী, উৰন্ত বিমানত বোমাতংক, মুম্বাইৰ পৰা নিউয়ৰ্কলৈ বুলি উৰা মাৰিছিল বিমান, পাছে…

editor by editor
October 14, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শিহৰণকাৰী, উৰন্ত বিমানত বোমাতংক, মুম্বাইৰ পৰা নিউয়ৰ্কলৈ বুলি উৰা মাৰিছিল বিমান, পাছে…
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী, উৰন্ত বিমানত বোমাতংক, মুম্বাইৰ পৰা নিউয়ৰ্কলৈ বুলি উৰা মাৰিছিল বিমান, পাছে…

এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাৰ ভাবুকিৰ বাবে সৃষ্টি হৈছে চাঞ্চল্য। ক্ষন্তেকতে বিমানখন দিল্লীলৈ ডাইভাৰ্ট কৰি জৰুৰীকালীন অৱতৰণ কৰা হয়। বিমানখন মুম্বাই বিমানবন্দৰৰ পৰা নিউয়ৰ্কলৈ উৰা মাৰিছিল যদিও এতিয়া বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত থিয় হৈ আছে।

ভাবুকি পোৱাৰ লগে লগে ক্ৰুক সতৰ্ক কৰি দিয়া হয় আৰু বিমানখন দিল্লীত অৱতৰণ কৰে। যাত্ৰীসকলক উদ্ধাৰ কৰি বিমানখনৰ প্ৰতিটো কোণত তালাচী চলায়। যাত্ৰীসকলৰ লগতে তেওঁলোকৰ লাগেজো পৰীক্ষা কৰা হয়। বিমানবন্দৰৰ কৰ্মচাৰীৰ লগতে দিল্লী আৰক্ষীও হাই এলাৰ্টত আছে।

বিমান সংস্থাটোৱে ৰাইজক সহযোগিতা আৰু কোনো ধৰণৰ ভুৱা তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে। সকলো যাত্ৰী আৰু ক্ৰু সদস্য সুৰক্ষিত। বিষয়টোৰ ওপৰত গভীৰ তদন্ত কৰা হ’ব বুলি প্ৰকাশ বিমান সন্থাটোৰ।

উল্লেখ্য যে, কালি ইণ্ডিগো বিমান সংস্থাৰ এখন বিমানতো বোমাৰ ভাবুকি আহিছিল। এই বিমানখনে চেন্নাইলৈ উৰা মাৰিছিল আৰু বিমানখনত আছিল প্ৰায় ১৬৯ গৰাকী যাত্ৰী। এই যাত্ৰীসকলৰ ভিতৰত আছিল দেশৰ এজন মন্ত্ৰী আৰু এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিমানবন্দৰৰ কৰ্মচাৰীয়ে এই বিমানত বোমা থকাৰ তথ্য লাভ কৰিছিল এখন পত্ৰৰ জৰিয়তে। বোমা আৰু কুকুৰৰ দলৰ সৈতে বিমানখনৰ প্ৰতিটো কোণত তালাচী চলোৱা হৈছিল যদিও সন্দেহজনক একো পোৱা নগ’ল। তদন্তত সন্তুষ্ট হোৱাৰ পিছতহে বিমানখনে সন্ধিয়া ৬ বজাত চেন্নাইৰ পৰা উৰা মাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: air indiaEmergency LandingIndian FlightMumbai AirportMumbai to NewYork
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
শিক্ষা

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

July 2, 2026
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!
বাণিজ্য

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

July 2, 2026
Next Post
একাদশীত বৃদ্ধি যোগ, আজি সুখ সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জীৱনত

একাদশীত বৃদ্ধি যোগ, আজি সুখ সৌভাগ্য উপচি পৰিব ৫ৰাশিৰ জীৱনত

চন্দ্ৰই সৃষ্টি কৰিলে অমলা যোগ, ৩টা ৰাশিৰ বাবে সৌভাগ্যই সৌভাগ্য

চন্দ্ৰই সৃষ্টি কৰিলে অমলা যোগ, ৩টা ৰাশিৰ বাবে সৌভাগ্যই সৌভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.