• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মদ্যপান কৰি বিমান উৰুৱাবলৈ লৈছিল এয়াৰ ইণ্ডিয়াৰ পাইলটে, আতংকিত যাত্ৰী, তাৰপিছত…

3 months ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

6 minutes ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

33 minutes ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

49 minutes ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

1 hour ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

13 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

14 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

15 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মদ্যপান কৰি বিমান উৰুৱাবলৈ লৈছিল এয়াৰ ইণ্ডিয়াৰ পাইলটে, আতংকিত যাত্ৰী, তাৰপিছত…

মদ্যপান কৰি বিমান উৰুৱাবলৈ লৈছিল এয়াৰ ইণ্ডিয়াৰ পাইলটে, আতংকিত যাত্ৰী, তাৰপিছত...

editor by editor
January 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মদ্যপান কৰি বিমান উৰুৱাবলৈ লৈছিল এয়াৰ ইণ্ডিয়াৰ পাইলটে, আতংকিত যাত্ৰী, তাৰপিছত…
0
SHARES
567
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাত্ৰীসকল ইতিমধ্যেই ফ্লাইটত উঠিছিল৷ কিছুসময়ৰ পাছতেই ফ্লাইট টেক অফ কৰাৰ ঘোষণা৷ সেই সময়ত বিমানত উঠে বিমান কৰ্তৃপক্ষ৷ BA অৰ্থাৎ ব্ৰেথ এনালাইজাৰ পৰীক্ষাৰ পাছত আটক কৰা হ’ল এয়াৰ ইণ্ডিয়াৰ পাইলটক৷ বিগত ২৩ ডিচেম্বৰত এই ঘটনা ঘটিছে৷ অৱশ্যে ঘটনাৰ খবৰ পোহৰলৈ আহিছে বুধবাৰে৷ এই ঘটনাক লৈ সকলোৱে আকৌ চৰ্চা কৰিছে৷ পাইলটৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰিছে এয়াৰ ইণ্ডিয়াই৷

এয়াৰলাইন সংস্থাৰ সূত্ৰৰ পৰা জনা গৈছে কানাডাৰ ভেঙকুভাৰৰ পৰা ভিয়েনা হৈ দিল্লী অহাৰ কথা আছিল ফ্লাইটখনৰ৷ ৩ বজাত টেক অফৰ ঠিক পূৰ্বেই এই ঘটনা ঘটে৷ ফ্লাইটত উঠাৰ পূৰ্বে ডিউটি ফ্ৰি শ্বপলৈ গৈছিল পাইলটগৰাকী৷ তাতেই বিপত্তি ঘটে৷ কিছুসময়ৰ পাছতেই পাইলটৰ বিৰুদ্ধে বিমানবন্দৰ কৰ্তৃপক্ষক অভিযোগ জনাই দোকানখনৰ এগৰাকী কৰ্মীয়ে৷ কৰ্তৃপক্ষই চিচিটিভি ফুটেজ চাই নিশ্চিত হয় যে সেই ব্যক্তি এয়াৰ ইণ্ডিয়াৰ পাইলট৷

ইয়াৰ পাছতেই ফ্লাইটত উঠে বিমানবন্দৰ কৰ্তৃপক্ষৰ এটা দল৷ তাতেই পাইলটক ব্ৰেথ এনালাইজাৰ লগাই টেষ্ট কৰা হয়৷ তাত উত্তীৰ্ণ হব নোৱাৰিলে পাইলট৷ লগে লগেই পাইলটগৰাকীক আটক কৰা হয়৷ পাইলটক আটক কৰাৰ পাছতেই ফ্লাইটখনৰ দুঘণ্টা দেৰী হয়৷ ঘটনাটোক অত্যন্ত গুৰুত্বসহকাৰে লৈছে এয়াৰ ইণ্ডিয়াই৷ সংশ্লিষ্ট পাইলটক দুদিনৰ পাছত দিল্লীলৈ লৈ অহা হয়৷ তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে৷ বিষয়টো ডিজিচিএকো জনোৱা হৈছে৷ তেওঁলোকেও পৃথককৈ তদন্ত আৰম্ভ কৰিছে৷

আন্তৰ্জাতিক ৰুটত উৰাণৰ পূৰ্বে ব্ৰেথ এনালাইজাৰ পৰীক্ষা ব্যধ্যতামূলক নহয়৷ কাৰণ এই ধৰণৰ ফ্লাইটত বিমানৰ মাজতেই সুৰা পৰিবেশন কৰে৷ সেয়ে সাধাৰণতে অৱতৰণৰ পাছত পৰীক্ষা কৰা হয় যাতে নিশ্চিত হ’ব পাৰি পাইলটে উৰাণৰ সময়ত মদ্যপান কৰা নাই৷ ডমেষ্টিক ফ্লাইটত সুৰা পৰিবেশন কৰা নহয়৷ তাত টেক অফৰ পূৰ্বে ব্ৰেথ এনালাইজাৰ পৰীক্ষা কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?
জীৱনশৈলী

March 27, 2026
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

March 27, 2026
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?
জীৱনশৈলী

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

March 27, 2026
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

March 27, 2026
Next Post
টকাৰ গাদীত বহিব, কাষত পাব মনৰ মানুহকো, ১৪ দিনৰ পাছত ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ জাতকৰ

২০২৬ চনৰ ছুটীৰ তালিকা,  ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন