• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান

10 months ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

5 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

6 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

7 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

8 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

9 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান

আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান

editor by editor
June 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আন্তৰ্জাতিক উৰণক লৈ ডাঙৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, ইতিমধ্যেই মেৰামতিৰ বাবে পঠিওৱা হৈছে ২৬খনকৈ বিমান
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময় যেন বেয়া চলিছে এয়াৰ ইণ্ডিয়াৰ৷ প্ৰতি পদে পদে এতিয়া বিপদে অপেক্ষা কৰি আছে যেন এয়াৰ ইণ্ডিয়াৰ বাবে৷ এইবাৰ ধীৰে চলো নীতি লৈ আহিছে এয়াৰ ইণ্ডিয়াই৷ এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে যে আন্তৰ্জাতিক উৰণৰ ক্ষেত্ৰত তেওঁলোকে এইবাৰ ১৫ শতাংশ বিমান কম চলাব৷

তেওঁলোকে জুলাই মাহত মাজে মাজে স্থগিত ৰাখিব৷ ১২ জুনত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পাছতেই এই সিদ্ধান্তক এয়াৰ ইণ্ডিয়াক বেকফুটলৈ ঠেলি দিব৷ এয়াৰ ইণ্ডিয়াৰ পক্ষৰ পৰা কোৱা হৈছে আন্তৰ্জাতিক উৰাণৰ ক্ষেত্ৰত তেওঁলোকে বহু বেছি সুবিধা দিবলৈ আগ্ৰহী৷ সেয়ে তেওঁলোকে আন্তৰ্জাতিক উৰান কিছু কমাই সেই সময়তেই প্ৰতিখন বিমানক ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিব৷

নিজৰ এক্স হেণ্ডেলত এয়াৰ ইণ্ডিয়াই লিখিছে, মধ্যপ্ৰাচ্যত ভৌগোলিক কাৰণত তেওঁলোকে এই সিদ্ধান্ত লৈছে৷ যেনেকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধৰ পৰিস্থিতি তৈয়াৰ হৈছে তাৰবাবে ইউৰোপ আৰু পূৰ্ব এছিয়াত নাইট কাৰ্ফিউ চলিছে৷ ফলত নিৰাপত্তাৰ দিশটো মূৰত ৰাখিয়েই উৰান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই৷

ইয়াৰোপৰি এয়াৰ ইণ্ডিয়াৰ বিমানত যি মাজে মাজে যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছে সেইসমূহ ভালকৈ চোৱাটো প্ৰয়োজন৷ ফলত এই সময়ত তেওঁলোকে এই কাম কৰিব৷ এই অসুবিধাৰ বাবে তেওঁলোকে যাত্ৰীৰ ওচৰত ক্ষমাও বিচাৰিছে৷ কেতিয়াৰে পৰা স্বাভাৱিক উৰান আৰম্ভ হব সেই কথা এতিয়াও জনোৱা নাই৷ যদি যাত্ৰীসকলৰ কোনো অসুবিধা হয় তেনিতে অতি দ্ৰুতগতিত নিজৰ ধন উভতাই পাব যাত্ৰীয়ে বুলিও আশ্বাস দিছে৷

এয়াৰ ইণ্ডিয়াৰ পক্ষৰ পৰা কোৱা হৈছে আহমেদাবাদ বিমান দুৰ্ঘটনাৰ কাৰণো তেওঁলোকে পৰীক্ষা কৰি আছে৷ ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ ২৬খনকৈ বিমান ছাৰ্ভিছৰ বাবে পঠিওৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন