• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুবিধা পাইয়ো দুখনকৈ হলীউডৰ ছবি কিয় নাকচ কৰিছিল ঐশ্বৰ্যই ! বহু পাছত সদৰি হৈছিল কাৰণ

সুবিধা পাইয়ো দুখনকৈ হলীউডৰ ছবি কিয় নাকচ কৰিছিল ঐশ্বৰ্যই ! বহু পাছত সদৰি হৈছিল কাৰণ

2 years ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

17 minutes ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

43 minutes ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

1 hour ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

1 hour ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

2 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

3 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

3 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

4 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

5 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

13 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

14 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সুবিধা পাইয়ো দুখনকৈ হলীউডৰ ছবি কিয় নাকচ কৰিছিল ঐশ্বৰ্যই ! বহু পাছত সদৰি হৈছিল কাৰণ

editor by editor
November 10, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সুবিধা পাইয়ো দুখনকৈ হলীউডৰ ছবি কিয় নাকচ কৰিছিল ঐশ্বৰ্যই ! বহু পাছত সদৰি হৈছিল কাৰণ
0
SHARES
283
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুবিধা পাইয়ো দুখনকৈ হলীউডৰ ছবি কিয় নাকচ কৰিছিল ঐশ্বৰ্যই ! বহু পাছত সদৰি হৈছিল কাৰণ

বিশ্ব সুন্দৰী ঐশ্বৰ্যৰ সৌন্দৰ্যৰ কথা সকলোৱে জানে। সেই সৌন্দৰ্যৰ আকৰ ঐশ্বৰ্যক এটা সময়ত নিজৰ চিনেমাত পাবলৈ বলীউডৰ পৰিচালক বোৰ লাইন পাতিছিল, তেনেদৰে হলীউডেও বিচাৰিছিল ঐশ্বৰ্যক।

যি হলীউডত জীৱনত এবাৰ হলেও কাম কৰিবলৈ সপোন দেখে অভিনেতা-অভিনেত্ৰী বোৰে। পাছে সেই হলীউডৰ দুখনকৈ ছবিক নাকচ কৰি দিছিল বিশ্ব সুন্দৰী ঐশ্বৰ্যই।

বৰ্তমানে ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ খবৰ শিৰোনামত। অৱশ্যে এই বিষয়ে কোনো বিশেষ তথ্য সদৰি নাই দম্পতীহালে। দুয়োগৰাকীয়ে এই বিচ্ছেদ সন্দৰ্ভত মুখ খোলা নাই। কিন্তু তথাপিও দম্পতীহালৰ বিবাহ বিচ্ছেদ গুজৱৰ মহলত চৰ্চাৰ বিষয় হৈয়েই আছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঐশ্বৰ্য ৰায়ক হলিউডৰ দুখন ছবিত কাম কৰাৰ অফাৰ পাইছিল যদিও তেওঁ নাকচ কৰিছিল। তাৰেই এখন ছবি আছিল ‘মিষ্টাৰ এণ্ড মিচেছ স্মিথ’, যি ছবিত অভিনেতা ব্ৰেড পিটৰ সৈতে এটা চুম্বনৰ দৃশ্য আৰু আনখন ছবিত উইল স্মিথৰ সৈতে এটা অন্তৰংগ দৃশ্য আছিল। যি দৃশ্যত কাম কৰি অভিনেত্ৰীগৰাকীয়ে অস্বস্তি অনুভৱ কৰিছিল। যাৰ বাবেই দুয়োকন ছবি নাকচ কৰি দিছিল ঐশ্বৰ্যই।

অৱশ্যে এই দুখন ছবি নাকচ কৰিলেও, হলীউডত আন কেইবাখনো ছবিত কাম কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰে ভিতৰত উল্লেখযোগ্য- The Last Legion, The Pink Panther 2 , Provoked, Mistress of Spices, Maleficent: Mistress Of Evil আদি উল্লেখযোগ্য

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aisharya RaiBollywoodHollywoodHollywood Movie Industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
Next Post
কাইলৈ শুক্লা দশমী, বিশেষ যোগৰ বাবে সন্ধিয়াৰ পূৰ্বেই সুখবৰ লাভ কৰিব ৫ ৰাশিৰ লোকে

কাইলৈ শুক্লা দশমী, বিশেষ যোগৰ বাবে সন্ধিয়াৰ পূৰ্বেই সুখবৰ লাভ কৰিব ৫ ৰাশিৰ লোকে

২২ বছৰৰ মূৰত পাকিস্তানৰ কৰিশ্মা, অষ্ট্ৰেলিয়াৰ দৰে দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত

২২ বছৰৰ মূৰত পাকিস্তানৰ কৰিশ্মা, অষ্ট্ৰেলিয়াৰ দৰে দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.