• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰী মনোৰঞ্জনৰ সামগ্ৰী নহয়, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ ধর্ষণৰ সমতুল্যঃ AHC

5 years ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

2 minutes ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

32 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

1 hour ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

2 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

3 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

4 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

5 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাৰী মনোৰঞ্জনৰ সামগ্ৰী নহয়, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ ধর্ষণৰ সমতুল্যঃ AHC

editor by editor
August 5, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
নাৰী মনোৰঞ্জনৰ সামগ্ৰী নহয়, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ ধর্ষণৰ সমতুল্যঃ AHC
0
SHARES
269
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নাৰীৰ মর্যাদা ৰক্ষাৰ বাবে বিশেষ আইন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। বিয়াৰ প্ৰলোভনেৰে মহিলাক কৰা যৌন উৎপীড়নৰ বিৰুদ্ধে এই বিশেষ আইন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। শীঘ্ৰেই প্ৰণয়ণ কৰিব এই আইন। বিভিন্ন সময়ত নাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে যদিও সুৰক্ষিত হোৱা নাই নাৰীৰ মর্যাদা। বৰঞ্চ প্ৰতিদিনে বৃদ্ধি পাইছে যৌন উৎপীৰণ, ধৰ্ষণ, হত্যা আদিৰ দৰে জঘন্য ঘটনা। শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বিয়াৰ প্ৰলোভনেৰে নাৰীৰ ওপৰত কৰা যৌন উৎপীড়নৰ ঘটনা। এই ক্ষেত্ৰত বিশেষ আইনৰ প্ৰয়োজন বুলি উল্লেখ কৰি শীঘ্ৰেই আইন প্ৰণয়ন কৰা হ’ব বুলিও এক শুনানিযোগে সদৰী কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। নাৰী মনোৰঞ্জনৰ আহিলা নহয়, গতিকে বিয়াৰ প্ৰলোভনেৰে মহিলাৰ সৈতে শাৰিৰীক সম্পৰ্ক গঢ়িলে বিশেষ আইনৰ জৰিয়তে শাস্তি পাব দোষীয়ে। বৰ্তমানলৈকে যিসকল নাৰীয়ে এই সমস্যাৰ সন্মুখীন হৈছে, সেইসকলৰ ৰক্ষণাবেক্ষণৰ বাবেও নিম্ন আদালতক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় এলাহাবাদ উচ্চ ন্যায়ালয়ে। এক গোচৰৰ পৰিপ্ৰেক্ষিতত শুনানিৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে। ইয়াৰোপৰি, ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ জামিন আৱেদনো নাকচ কৰে আদালতে। কাৰণ মহিলাৰ সন্মতি অবিহনে স্থাপন কৰা শাৰিৰীক সম্পৰ্ক এক প্ৰকাৰৰ বলাৎকাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alahabad high courtasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
বাইহাটা চাৰিয়ালিৰ সমীপৱর্তী মদনপুৰ টোলগে’টত সংঘটিত চাঞ্চল্যকৰ ঘটনা

এটা বিতৰ্কিত মন্তব্যত দুবাৰকৈ সদন স্থগিত হ’ল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন