• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?

প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?

editor by editor
June 3, 2022
in চিনেমা, বিশ্ব
0
প্ৰাক্তন স্বামীক ১.৩৫ কোটি ক্ষতিপূৰণ দিব লাগিব হাৰ্ডে! কিয়? দিব পাৰিবনে হাৰ্ডে?
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে ২০১৮ চনৰ পৰা হলিউডৰ অভিনেতা জনী ডেপ আৰু তেওঁৰ প্ৰাক্তন পত্নী অভিনেত্ৰী এম্বৰ হাৰ্ডৰ মাজত চলি থকা মানহানিৰ গোচৰৰ ৰায়দান কৰা হয়৷

সাতজনীয়া জুৰীয়ে এই গোচৰত দুয়োকে দোষী সাব্যস্ত কৰে। কিন্তু জনী ডেপৰ প্ৰাক্তন পত্নী এম্বৰ হাৰ্ডক অধিক দোষী সাব্যস্ত কৰি ১৫ মিলিয়ন ডলাৰ জৰিমনা দিবলৈ নিৰ্দেশ দিয়া হয়। অৰ্থাৎ আদালতৰ নিৰ্দেশ অনুসৰি হাৰ্ডে প্ৰাক্তন স্বামীক ক্ষতিপূৰণ হিচাপে প্ৰায় ১৫ মিলিয়ন মাৰ্কিন ড’লাৰ প্ৰদান কৰিব লাগিব৷

ইয়াৰ লগতে আদালতে ডেপকো প্ৰাক্তন পত্নী হাৰ্ডক ২০ লাখ ডলাৰ ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিছে।

লগতে পঢ়ক কংগ্ৰেছত নাথাকিব মুছলমানৰ ৰাজনীতি! অচিৰেই বিতাড়িত হ’ব জ্যেষ্ঠ কংগ্ৰেছী!

কিন্তু আদালতৰ এই সিদ্ধান্তৰ পিছত বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীৰ অধিবক্তাই কয় যে হাৰ্ডে তেওঁৰ প্ৰাক্তন স্বামী জনী ডেপক এক কোটি ক্ষতিপূৰণ দিব পৰা নাই। অধিবক্তা ইলেইন ব্ৰেডহফ্টে এই কথা প্ৰকাশ কৰিছে৷

এনবিচিৰ টুডে শ্ব’ত হাৰ্ডে ধন দিব পাৰিব নেকি বুলি সোধাত তেওঁৰ অধিবক্তা ইলেইন ব্ৰিডহফ্টে কয় যে, “অ’ নাই, একেবাৰে নোৱাৰিব।” তেওঁ লগতে কয় যে “একুৱামেন” তাৰকাগৰাকীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব বিচাৰে৷ অধিবক্তাগৰাকীৰ মতে ‘কিছুমান শক্তিশালী প্ৰমাণ’ৰ ওপৰত ভিত্তি কৰি তেওঁলোকে পুনৰ আপীল কৰিব বিচাৰে।

লগতে পঢ়ক বুধ, শনি, সূৰ্য, শুক্ৰ আৰু মংগল গ্ৰহৰ গতি সলনি, কোন ৰাশিৰ ধন-সম্পত্তি বাঢ়িব?

উল্লেখ্য যে ২০২০ চনত লণ্ডনত ব্ৰিটিছ টেবলয়ড দ্য ছানৰ বিৰুদ্ধে মানহানিৰ গোচৰত পৰাজিত হোৱা ৫৮ বছৰীয়া ডেপে তেওঁৰ প্ৰাক্তন পত্নীক ‘পত্নী-মাৰপিট’ কৰাৰ অভিযোগৰ গোচৰত এতিয়া জয়ী হৈছে।

এই ৰায়ে ডেপক অত্যন্ত সুখী কৰা বুলিও প্ৰকাশ কৰিছে। আনহাতে প্ৰাক্তন পত্নী হাৰ্ডে যথেষ্ট ভাঙি পৰা জানিব পৰা গৈছে।

স্মৰ্তব্য যে ডেপে ২০১৮ চনৰ ডিচেম্বৰ মাহত হাৰ্ডে দ্য ৱাশ্বিংটন পোষ্টৰ বাবে হাৰ্ডে লিখা এটা প্ৰবন্ধৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ য’ত হাৰ্ডে নিজকে ‘ঘৰুৱা হিংসাক প্ৰতিনিধিত্ব কৰা চেলিব্ৰিটি’ বুলি বৰ্ণনা কৰিছিল। টেক্সাছত জন্মগ্ৰহণ কৰা হাৰ্ডে লেখাটোত ডেপৰ নাম উল্লেখ কৰা নাই যদিও ডেপে তেওঁৰ বিৰুদ্ধে গোচৰ তৰি ৫ কোটি ডলাৰ ক্ষতিপূৰণৰ দাবী কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amber Heardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHollywoodJohnny Depp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
Next Post
ষ্টাৰকীড হৈও বলীউডত যৌন ইংগিতৰ পৰা ৰেহাই নেপালে অনন্যা পাণ্ডেই!

ষ্টাৰকীড হৈও বলীউডত যৌন ইংগিতৰ পৰা ৰেহাই নেপালে অনন্যা পাণ্ডেই!

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ ভাল খবৰ! কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন শিৱ থাপাৰ

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ ভাল খবৰ! কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন শিৱ থাপাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.