• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?

তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?

2 years ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

27 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

54 minutes ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

1 hour ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

2 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

2 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

3 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

3 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

5 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

6 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?

editor by editor
November 6, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
তৃতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল! হিৰোছিমাতকৈ ২৪ গুণ শক্তিশালী বোমা তৈয়াৰ কৰিছে আমেৰিকাই? আমেৰিকাৰ টাৰ্গেট কোন?
0
SHARES
500
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটাৰ পাছত আনটো ৰক্তক্ষয়ী যুদ্ধৰ সাক্ষী হৈছে বিশ্ববাসী। গাজাত এতিয়া কেৱল গোলা-বাৰুদ আৰু বিস্ফোৰণৰ শব্দ। আনফালে ৰাছিয়া-ইউক্ৰেইনতো একেই পৰিবেশ। সেই যুদ্ধৰো এতিয়ালৈকে যতি পৰা নাই। এই সকলোবোৰ পৰ্যবেক্ষণ কৰি বহু সামৰিক বিশেষজ্ঞই কৈছে এয়া তৃতীয় বিশ্বযুদ্ধৰেই আৰম্ভণি। এই যুদ্ধত শেষ হৈ যাৰ অৰ্ধ পৃথিৱী? ইউক্ৰেইন-ৰাছিয়া আৰু ইজৰাইল-গাজাৰ যুদ্ধৰ শেষ কেতিয়া হ’ব কোনেও নাজানে।

পৃথিৱীৰ দুই শক্তিশালী দেশ ৰাছিয়া আৰু আমেৰিকা এই দুই যুদ্ধৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। যাৰবাবে বহুতেই তৃতীয় বিশ্বযুদ্ধৰ উকমুকনিও দেখা পাইছে। পৃথিৱীৰ ভিতৰত ৰাছিয়া আৰু আমেৰিকা দুই দেশৰ হাততেই সৰ্বাধিক অস্ত্ৰ আছে। দেশৰ সামৰিক শক্তি পৰিমাপৰ অন্যতম মানদণ্ড হৈছে পাৰমানৱিক অস্ত্ৰৰ সংখ্যা। বিশেষজ্ঞমহলৰ একাংশৰ মত, আমেৰিকা, ৰাছিয়াই মুক্তভাৱে যুদ্ধৰ ঘোষণা কৰিলেই আৰম্ভ হ’ব তৃতীয় বিশ্বযুদ্ধ। সামৰিক সৰঞ্জামৰ নিৰিখত ৰাছিয়া, আমেৰিকা কোনোখন দেশেই কম নহয়। এতিয়াও দুই দেশৰ মাজত সামৰিক অস্ত্ৰৰ প্ৰতিদ্বন্দিতা অব্যাহত আছে। এখন দেশে আনখন দেশতকৈ শক্তিশালীৰ পৰা অতিশক্তিশালী পাৰমাণবিক বোমা তৈয়াৰ কৰাৰো প্ৰতিযোগিতা অব্যাহত ৰাখিছে।

সম্প্ৰতি আমেৰিকাই এনে এক পাৰমাণৱিক বোমা তৈয়াৰ কৰিছে যি বোমা ১৯৪৫ চনত হিৰোছিমাৰ ওপৰত পেলোৱা বোমাতকৈ ২৪ গুণ শক্তিশালী হ’ব বুলিও জনাইছে আমেৰিকাৰ এক সূত্ৰই। নিউজ ওইকৰ এক প্ৰতিবেদনত প্ৰকাশ কৰামতে, ‘এয়া মস্কোৰ ওপৰত নিক্ষেপ কৰিলে তিনি লাখতকৈয়ো বেছি মানুহৰ মৃত্যু হ’ব। আহত হ’ব প্ৰায় ৮.৬৮ লাখ মানুহ। এই পাৰমাণৱিক বোমা ১৯৬০ৰ দশকত হোৱা শিতল যুদ্ধৰ সময়ত তৈয়াৰ কৰা এক ধৰণৰ B6 1 গ্ৰেভিটি বোমা। পেণ্টাগনৰ এক প্ৰেছ বিজ্ঞাপ্তিত জনোৱা অনুসৰি, বাইডেনৰ অস্ত্ৰ কোষাগাৰত সংৰক্ষিত হৈ আছে এই বোমা। আমেৰিকাক তেওঁৰ প্ৰতিপক্ষৰ বিৰুদ্ধে শক্তিশালী কৰি তুলিবলৈ আৰু মিত্ৰসকলৰ আস্থা বজায় ৰখাত সহায়ক হ’বলৈকে এই বোমা কাৰ্যক্ষম কৰি ৰাখিছে আমেৰিকাই।’

অৱশ্যে বৰ্তমান পৰ্যন্ত আমেৰিকাই এই বোমাৰ শক্তিৰ বিষয়ে উল্লেখ কৰা নাই। অৱশ্যে এই বোমা নিৰ্মাণৰ কাম প্ৰত্যক্ষ কৰা লোকৰ মতে B6 ১-৭ৰ স্তৰতো বিস্ফোৰণ ঘটাব পাৰিব এই বোমাই। B6১-৭ পাৰমাণবিক বোমাৰ ফলন আছিল ৩৬০ কিলোটন TNT কিলোটনৰ সমান। এয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোছিমাত পেলোৱা ১৫ কিলোটন বোমাৰ ধাৰণক্ষমতাতকৈ ২৪ গুণ বেছি। এই বোমা যদি কোনো এলেকাত নিক্ষেপিত হয় লগে লগেই সেই এলেকা ধূলিস্যাৎ হৈ পৰিব। বোমা বিস্ফোৰণৰ স্থানৰ পৰা আধা কিঃমিঃ ব্যাসাৰ্ধত থকা সকলোবোৰ নিমিষতে ধুলি হৈ পৰিব। এটাও ঘৰ, অট্টালিকা নাথাকিব। বিস্ফোৰণৰ স্থানৰ পৰা প্ৰায় ডেৰ কিঃমিঃ ব্যাসাৰ্থৰ ভিতৰত সকলোৰে মৃত্যু নিশ্চিত। বিস্ফোৰণৰ স্থানৰ পৰা ৩.২ কিঃমিঃ দূৰত্বত থকা সকলোৰে এক মাহৰ ভিতৰত মৃত্যু নিশ্চিত।

উল্লেখ্য যে, এই পাৰমাণৱিক বোমা ইমানেই শক্তিশালী যে যি এলেকাত এই বোমা নিক্ষেপিত হয় তাৰপৰা ৩.২ কিঃমিঃৰ ভিতৰত থকা সকলো ব্যক্তিৰ ওপৰতেই বিকিৰণৰ প্ৰভাৱ পৰিব। বিকিৰণৰ প্ৰভাৱ ইমানেই বেছি হ’ব যে পৰবৰ্তী এক মাহৰ ভিতৰত সেই সকল ব্যক্তিৰো মৃত্যু অৱধাৰিত। বাকী ১৫ শতাংশ মানুহৰ কৰ্কটত মৃত্যু হোৱাৰ আশংকা বাঢ়িব। ২ কিঃমিঃ এলেকাৰ ভিতৰত এটা বোমা বিস্ফোৰণ হ’লে সকলো ঘৰ লগে লগেই ধুলি হৈ পৰিব। জুইয়ে দহি চাই কৰি পেলাব সকলো ব্যক্তিক। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাও বাঢ়ি যাব। অৱশ্যে বৰ্তমানলৈকে আমেৰিকাই কোনোধৰণৰ পাৰমানৱিক আক্ৰমণৰ ঘোষণা কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
Next Post
দীপাৱলীৰ পূৰ্বে ঘৰ চাফা কৰোতে এইকেইবিধ সামগ্ৰী লাভ কৰিছে নেকি? ভাগ্য এইবাৰ আপোনাৰ হাতৰ মুঠিত

দীপাৱলীৰ পূৰ্বে ঘৰ চাফা কৰোতে এইকেইবিধ সামগ্ৰী লাভ কৰিছে নেকি? ভাগ্য এইবাৰ আপোনাৰ হাতৰ মুঠিত

হামাছৰ পৰা বাচিবলৈকে মৰাৰ অভিনয়! ইজৰাইলী মডেলক সেই নিশা ৰক্ষা কৰিছিল নিহত প্ৰেমিকৰ দেহটোৱেই, জানক সবিশেষ কাহিনী

হামাছৰ পৰা বাচিবলৈকে মৰাৰ অভিনয়! ইজৰাইলী মডেলক সেই নিশা ৰক্ষা কৰিছিল নিহত প্ৰেমিকৰ দেহটোৱেই, জানক সবিশেষ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.