অসম লাইভ ২৪ঃ মাতৃ হ’ল অভিনেত্ৰী অমৃতা গগৈ। সোমবাৰে অমৃতাৰ কোলালৈ আহিল এগৰাকী কণমানি। কণমানিৰ ফটো অভিনেত্ৰীগৰাকীয়ে হোৱাটছএপ ষ্টেটাছত দিয়াৰ পাছতে হৈ পৰিছে ভাইৰেল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অমৃতাই কৰা ফটোশ্বুট ভাইৰেল হৈছিল। অনুৰাগীয়ে শুভেচ্ছাৰে উপচাই পেলাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ