• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম

বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম

1 year ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

1 hour ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

2 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

3 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

3 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

4 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

4 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

7 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

7 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

8 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

9 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম

editor by editor
May 20, 2025
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সবাতোকৈ বয়সীয়াল বডীবিল্ডাৰ, ১০০ বছৰ বয়সতো ঘাম নিগৰাই জিমত, গীনিজ বুকত নাম

বয়স যেতিয়া মাত্ৰ এটা সংখ্যা হৈ পৰে আৰু আবেগ জীৱনৰ আধাৰ হৈ পৰে, তেতিয়া এনে লোকৰ কাহিনীয়ে আনক অনুপ্ৰাণিত কৰে। শেহতীয়াকৈ তেনে এজন ব্যক্তিৰ কাহিনী চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। এই ব্যক্তিজনৰ নাম এণ্ড্ৰিয়ো বষ্টিণ্টো।

যি বৰ্তমান ১০০ বছৰীয়া কিন্তু এতিয়াও যথেষ্ট ফিট এণ্ড্ৰিয়ো। এই বয়সতো তেওঁ প্ৰতিদিনে জিমলৈ যায় আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰি ঘাম নিগৰাই।

কেৱল এয়াই নহয়, বিশ্বৰ আটাইতকৈ পুৰণি বডি বিল্ডাৰ হিচাপে গিনিজ ৱৰ্ল্ড বুকত এণ্ড্ৰিয়ো বষ্টিণ্টোৰ নাম লিপিবদ্ধ কৰা হৈছে। এণ্ড্ৰিয়ো এজন ১০০ বছৰীয়া বডি বিল্ডাৰ আৰু সঘনাই বডি বিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

এণ্ড্ৰিয়ো দ্বিতীয় বিশ্বযুদ্ধতো সৈনিক হিচাপে কাম কৰিছিল। এণ্ড্ৰিয়োৱে নিজৰ জিমত ১০০ বছৰীয়া জন্মদিনো উদযাপন কৰে।

১৯২৫ চনৰ ১১ জানুৱাৰীত জন্মগ্ৰহণ কৰা এণ্ড্ৰিয়ো বষ্টিণ্টোৱে জীৱনৰ প্ৰথম কেইবছৰমান দ্বিতীয় বিশ্বযুদ্ধত সেৱা আগবঢ়াইছিল। যুদ্ধৰ পিছত তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট আহে আৰু তেওঁ বডি বিল্ডিঙক নিজৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলে।

এণ্ড্ৰিয়োৰ দৈনন্দিন ৰুটিনত নিয়মীয়া ব্যায়াম, সুষম খাদ্য আৰু ইতিবাচক চিন্তাধাৰা আদি অন্তৰ্ভুক্ত। পত্নীৰ মতে তেওঁ কোনো বিশেষ খাদ্যাভ্যাস পালন নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Body Builderguinness book of records
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
Next Post
হেৰা ফেৰী ৩ বিতৰ্ক: পৰেশ ৰাৱাললৈ ২৫ কোটি টকাৰ আইনী জাননী প্ৰেৰণ অক্ষয় কুমাৰৰ

হেৰা ফেৰী ৩ বিতৰ্ক: পৰেশ ৰাৱাললৈ ২৫ কোটি টকাৰ আইনী জাননী প্ৰেৰণ অক্ষয় কুমাৰৰ

যুৱকৰ সৈতে গোপন ভিডিঅ’ বনাই বিক্ৰী কৰা ডাক্তৰ, পত্নীয়ে হাতে লোটে পেলালে ধৰা

যুৱকৰ সৈতে গোপন ভিডিঅ' বনাই বিক্ৰী কৰা ডাক্তৰ, পত্নীয়ে হাতে লোটে পেলালে ধৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.