• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছত মোক্ষম আঘাত : দল ত্যাগ কৰি বিজেপিলৈ অন্য এক জ্যেষ্ঠ কংগ্ৰেছী

কংগ্ৰেছত মোক্ষম আঘাত : দল ত্যাগ কৰি বিজেপিলৈ অন্য এক জ্যেষ্ঠ কংগ্ৰেছী

4 years ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

39 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

2 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

5 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

7 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কংগ্ৰেছত মোক্ষম আঘাত : দল ত্যাগ কৰি বিজেপিলৈ অন্য এক জ্যেষ্ঠ কংগ্ৰেছী

editor by editor
January 25, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
কংগ্ৰেছত মোক্ষম আঘাত : দল ত্যাগ কৰি বিজেপিলৈ অন্য এক জ্যেষ্ঠ কংগ্ৰেছী
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছে সহ্য কৰিবলগীয়া হৈছে অন্য এক মোক্ষম আঘাত৷ এজনৰ পিছত সিজনকৈ জ্যেষ্ঠ কংগ্ৰেছীয়ে দল এৰি যোগ দিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিত৷

সোমবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছত ভূ-কম্পনৰ সৃষ্টি কৰি ৰাজ্যখনৰ আটাইতকৈ প্ৰভাৱশালী কংগ্ৰেছ নেতা ৰঞ্জিত প্ৰতাপ নাৰাইন সিঙে দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷

ৰাজ্যখনৰ এই প্ৰভাৱশালী নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি অহা মাহত অনুষ্ঠিতৱ্য নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰিছে৷

সদ্য দলত্যাগী সিঙৰ উত্তৰ প্ৰদেশৰ কুশীনগৰসহ পশ্চিমাঞ্চলত বিশেষ প্ৰভাৱ আছে৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে এই প্ৰভাৱশালী নেতাজনৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গমনে কংগ্ৰেছক যথেষ্ট ক্ষতি কৰিব বুলি ধাৰণা কৰা হৈছে৷

ইফালে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এক নতুন যাত্ৰা আৰম্ভ কৰিব বুলি উল্লেখ কৰিছে৷

সিঙে আগন্তুক নিৰ্বাচনত বিজেপিৰ দলৰ হৈ পূৰ্বে তিনিবাৰকৈ নিৰ্বাচিত হোৱা পাদ্ৰৌনা বিধানসভা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷

কুশীনগৰৰ পৰা ২০০৯ চনত সাংসদ হোৱা সিঙে ২০১৪ লোকসভা নিৰ্বাচনত পৰাস্ত হৈছিল৷ ইফালে বিগত দুটা বিধানসভা নিৰ্বাচনত সিঙে পাদ্ৰৌমা বিধানসভা সমষ্টিত সদ্য বিজেপি ত্যাগী যোগী আদিত্যনাথৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যৰ হাতত পৰাস্ত হৈছিল৷

স্বামী প্ৰসাদ মৌৰ্যই মুখ্যমন্ত্ৰী যোগীৰ সংগ এৰি সমাজবাদী পাৰ্টিত যোগদান কৰাৰ পিছতে বিজেপিয়ে মৌৰ্যক নিৰ্বাচনত ঘটোৱাবলৈ সিঙক দললৈ আদৰণি জনোৱা বুলি ধাৰণা কৰা হৈছে৷

ইফালে উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে চৰকাৰৰ গঠন কৰাৰ পিছত কংগ্ৰেছে দ্বিতীয়টো বৃহৎ আঘাত সহ্য কৰিবলগীয়া হৈছে৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ অন্য এগৰাকী অতি প্ৰভাৱশালী কংগ্ৰেছ নেতা জিতিন প্ৰসাদে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল৷

ৰাজ্যখনৰ এই প্ৰভাৱশালী নেতাগৰাকীয়ে হঠাতে কিয় কংগ্ৰেছ ত্যাগ কৰি বিজেপিমুখী হ’ল তাকে লৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে৷ কংগ্ৰেছ হাই কামাণ্ডে সিঙে দাবী কৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীক উপেক্ষা কৰাৰ বাবেই দল ত্যাগ কৰি বিজেপিলৈ গমন কৰা বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bjpCongressup bjpUP CongressUP election 2022
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
Next Post
অলিম্পিকৰ সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰালৈ পৰম বিশিষ্ট সেৱা বঁটা

অলিম্পিকৰ সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰালৈ পৰম বিশিষ্ট সেৱা বঁটা

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ : গুৰুতৰভাৱে আহত সাংবাদিক

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ : গুৰুতৰভাৱে আহত সাংবাদিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.