• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ : গুৰুতৰভাৱে আহত সাংবাদিক

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ : গুৰুতৰভাৱে আহত সাংবাদিক

5 years ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

25 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

2 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

3 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

16 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

16 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

17 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

17 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

18 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

19 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

20 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ : গুৰুতৰভাৱে আহত সাংবাদিক

editor by editor
January 25, 2022
in অপৰাধ, অসম
0
ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ : গুৰুতৰভাৱে আহত সাংবাদিক
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুকালমুৱাৰ পৰা আছিক আহমেদঃ ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বৰপেটা জিলাৰ পালহাজীত কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ দূৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ দোকানীৰ। মংগলবাৰে পালহাজীৰ গৰৈমাৰী পথাৰত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা।

সূলভ মূল্যৰ দোকানৰ এজেন্ট ছবিয়া খাতুনৰ পৰিয়ালে কৰে এই আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক শ্বেখ ৰহমতুল্লাহ। এজেন্ট ছবিয়া খাতুনৰ স্বামী আলেপ খান আৰু তেওঁৰ পুত্ৰ বাবুল খানে শাৰীৰিকভাৱে সাংবাদিক শ্বেখ ৰহমতুল্লাহক আক্ৰমণ কৰি আহত কৰে।

হিতাধিকাৰী ছানিয়াৰা বেগমৰ নামত ২০১৩ চনৰ পৰাই ৰেচনকাৰ্ড আছে যদিও তেওঁৰ নামত আৱন্টিত সামগ্ৰীখিনি নিদি সূলভ মূল্যৰ এজেন্ট ছবিয়া খাতুনে সমুদায় সামগ্ৰী আত্মসাৎ কৰি অহাৰ অভিযোগ উঠিছিল।

এই দুৰ্নীতি সন্দৰ্ভত মংগলবাৰে ভুক্তভোগী আৰু স্থানীয় একাংশ ৰাইজৰ সন্মুখত এদল সাংবাদিকৰ সৈতে সাংবাদিক শ্বেখ ৰহমতুল্লাহ‌ই তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে এজেন্ট ছবিয়া খাতুনৰ স্বামী আলেপ খান আৰু সূত্ৰ বাবুল খানে অতৰ্কিতে আক্ৰমণ কৰি আহত কৰে। আক্ৰমণত সাংবাদিক স্বেখ ৰহমতুল্লাহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ পালহাজী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে ভৰ্তি কৰোৱা হয়।

এই সন্দৰ্ভত বৰপেটা থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছানিয়াৰা খাতুনৰ স্বামী আব্দুল খালেকে। ইয়াৰ পিছতে বৰপেটা সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে। ইফালে আহত সাংবাদিক শ্বেখ ৰহমতুল্লাহেও  আৰক্ষীৰ থানাত অন্য এক গোচৰ ৰুজু কৰিছে।

আক্ৰমণকাৰী আলেপ খান, বাবুল খান আৰু দূৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ এজেন্ট ছবিয়া খাতুনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে বৰপেটাৰ বিভিন্ন দল, সংগঠন ও সাংবাদিক সংগঠনে।

এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱে। ক্লাৱৰ সভাপতি আজিজুল হকে সাংবাদিক ৰহমত উল্লাহৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24attack on reporteraxom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি
ভাৰত

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

October 12, 2026
Next Post
শিল্পা-ৰিছাৰ্ডৰ চুম্বন কেচ : শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান আদালতৰ

শিল্পা-ৰিছাৰ্ডৰ চুম্বন কেচ : শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান আদালতৰ

CM on fire : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জ্বলা জুই নহয় নিৰ্বাপিত

CM on fire : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জ্বলা জুই নহয় নিৰ্বাপিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.