• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিল্পা-ৰিছাৰ্ডৰ চুম্বন কেচ : শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান আদালতৰ

শিল্পা-ৰিছাৰ্ডৰ চুম্বন কেচ : শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান আদালতৰ

4 years ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

13 minutes ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

39 minutes ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

1 hour ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

2 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

2 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

3 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

4 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

4 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

5 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

5 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

6 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শিল্পা-ৰিছাৰ্ডৰ চুম্বন কেচ : শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান আদালতৰ

editor by editor
January 25, 2022
in অসম, বিনোদন, ভাৰত
0
শিল্পা-ৰিছাৰ্ডৰ চুম্বন কেচ : শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান আদালতৰ
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলিউদৰ এসময়ৰ মোহময়ী অভিনেত্ৰী শিল্পা ছেত্ৰী আৰু হলিউদৰ তাৰকা অভিনেতা ৰিছাৰ্ড গেৰেৰ বিতৰ্কিত চম্বন কাণ্ডৰ এক অপৰাধ সংক্ৰান্তীয় গোচৰৰ পৰা ৰেহাই দিয়া হৈছে শিল্পা ছেত্ৰীক৷

মংগলবাৰে মুম্বাইৰ মেট্ৰ’পলিটান আদালতে শিল্পা ছেত্ৰীক উক্ত কাণ্ডৰটোৰ এগৰাকী ভুক্তভোগী বুলি অভিহিত কৰি অপৰাধ সংক্ৰান্তীয় গোচৰটোৰ পৰা ৰেহাই প্ৰদান কৰিছে৷

উল্লেখ্য যে ২০০৭ চনৰ ৰাজস্থানৰ আলৱাৰত আয়োজিত এক AIDS সংক্ৰান্তীয় সজাগতামূলক অনুষ্ঠানৰ মঞ্চতে ৰিছাৰ্ড গেৰেই শিল্পা ছেত্ৰীক সাৱটি ধৰি ডিঙিত চুম্বন কৰিছিল আৰু এই ঘটনাটোৱে সমগ্ৰ দেশজুৰি বিতৰ্কৰ জোৱাৰ তোলে৷

ইয়াৰ পিছতে উক্ত ঘটনাৰ সন্দৰ্ভত ৰাজস্থানৰ মুণ্ডাৱাৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ৰিছাৰ্ড গেৰে আৰু শিল্পা ছেত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷

ভাৰতীয় দণ্ডবিধি আইনৰ ধৰাৰ ২৯২, ২৯৩, ২৯৪, তথ্য প্ৰযুক্তি আইন আৰু মহিলাৰ অশালীন প্ৰতিনিধিত্ব (নিষিদ্ধকৰণ) আইন, ১৯৮৬ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছিল৷

পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ অনুমোদন সাপেক্ষে এই গোচৰটো মুম্বাইলৈ হস্তান্তৰৰ কৰা হয়৷ শিল্পা ছেত্ৰীয়ে গোচৰটোৰ পৰা তেওঁক ৰেহাই দিবলৈ মুম্বাইৰ মেট্ৰ’পলিটান আদালতত আবেদন কৰে৷

উক্ত আবেদনত শিল্পাৰ অধিবক্তা মধুকৰ ডাল্ভীয়ে কয় যে ৰিচাৰ্ড গেৰেই চম্বন কৰাৰ সময়ত শিল্পা ছেত্ৰীয়ে কোনো আপত্তি কৰা নাছিল আৰু ইয়াকে লৈ অযথা বিতৰ্ক কৰাৰ হৈছিল৷ ঘটনাটোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ দাখিল কৰা হৈছিল৷

ইয়াৰ পিছতে মংগলবাৰে মুম্বাই মেট্ৰ’পলিটান আদালতে উক্ত গোচৰটোৰ পৰা শিল্পা ছেত্ৰীক ৰেহাই প্ৰদান কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kissing caseRichard Gereshilpa shetty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

May 3, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

May 3, 2026
Next Post
CM on fire : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জ্বলা জুই নহয় নিৰ্বাপিত

CM on fire : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জ্বলা জুই নহয় নিৰ্বাপিত

নীল আকাশত সদম্ভে উৰিছে ত্ৰিৰংগা, দেশে উদযাপন কৰিছে ৭৩ সংখ্যক গণৰাজ্য দিৱস

নীল আকাশত সদম্ভে উৰিছে ত্ৰিৰংগা, দেশে উদযাপন কৰিছে ৭৩ সংখ্যক গণৰাজ্য দিৱস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.