• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ

ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ

3 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

6 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

7 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

8 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

8 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

11 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

12 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

13 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

15 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

15 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

16 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ

editor by editor
November 15, 2023
in ক্ৰীড়া, ভাৰত
0
ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ
0
SHARES
541
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঠিক ১০ দিন পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেন্সত স্পৰ্শ কৰিছিল মাইলফলক। নিজৰ ৩৫তম জন্মদিনত এদিনীয়া ক্ৰিকেটত ৪৯তম শতৰান কৰি শচীন তেণ্ডুলকাৰৰ পাছতেই নিজৰ নাম লিখিবলৈ সক্ষম হৈছিল বিৰাট কোহলীয়ে। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত বিশ্বকাপৰ ছেমিফাইনেলত মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভাঙিলে বিৰাটে। এদিনীয়া ক্ৰিকেটত ৫০তম শতৰাণ কৰিলে কোহলীয়ে। ১০৬ বলত ১০০ ৰান কৰি এদিনীয়া ক্ৰিকেটত শচীনৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ’ল বিৰাটে।

বিৰাটে এই ৰেকৰ্ড গঢ়াৰ লগে লগেই কেমেৰা ঘূৰিল অনুষ্কাৰ দিশে। অনুষ্কাৰ ফ্লায়িং কিছৰ ভিডিঅ’ বন্দী হ’ল কেমেৰাত। বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলত নামি ১০৬টা বলত শতৰাণ পূৰ্ণ কৰিছে বিৰাটে। টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল অধিনায়ক ৰোহিত শৰ্মাই। তেওঁ পেভিলিয়নলৈ ওভতি অহাৰ লগে লগেই হাতত বেট লৈ ফিল্ডত নামে বিৰাট। আনহাতে ক্ৰিজৰ অন্য দিশত আছিল শুভমন গীল। ৭৯ ৰান কৰি আঘাত পায় গেলাৰীলৈ উভতি যায় শুভমন। কোহলীক সংগ দিয়ে শ্ৰেয়ছ আয়াৰে। বিৰাট-শ্ৰেয়ছৰ পাৰ্টনাৰশ্বিপতেই শতৰান পূৰ্ণ কৰিছে বিৰাটে। ১০০ ৰান ছুয়েই বেট তুলি প্ৰথমে শচীনৰ ফালে দৃষ্টি ঘূৰাই বিৰাটে। গেলাৰীত থকা শচীনে থিয় হৈ বিৰাটক অভিনন্দন জনোৱাৰ দৃশ্যও বন্দি হ’ল কেমেৰাত। শচীনৰ পাছতেই কোহলীৰ চকু ঘুৰিল অনুষ্কাৰ ফালে। লগে লগেই অনুষ্কাই স্বামীক এই বিশ্বৰেকৰ্ডৰ বাবে অভিবাদন জনাই এৰি দিয়ে কেইবাটাও ফ্লায়িং কিছ।

ছেমিফাইনেলত নমাৰ পূৰ্বেও স্বামীক উদ্দেশ্যি আকুলতাৰে চাই থকা দেখা গৈছিল অনুষ্কাক। ইনিংছ খেলি থকাৰ সময়তো স্বামীৰ খেলক মনোযোগেৰে চাই থকা দেখা গৈছে অনুষ্কাক। অনুষ্কাৰ চকুৱে মুখে পৰিস্ফুত হৈ আছে উদ্বিগ্নতাৰ চাপ। শচীনৰ সন্মুখতেই এই ৰেকৰ্ড গঢ়ি সুখী বিৰাটো সেই কথা তেওঁৰ মুখলৈ চালেই স্পষ্ট হৈ পৰে। মাত্ৰ ১০ দিনৰ ভিতৰত ৪৯তম শতৰানৰ পৰা ৫০তন শতৰান বিৰাটে অচিৰেই কৰিব বুলি শচীনে কৰা ভৱিষ্যতদ্বাণীও এইবাৰ সত্য প্ৰমাণ কৰি দেখুৱালে বিৰাট কোহলীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
Next Post
এয়াই সঠিক সময় ভাৱি মই সকলো পদৰ পৰা পদত্যাগ কৰিছো! বিশ্বকাপত বেয়া পাৰ্ফৰমেন্সৰ পাছতেই অধিনায়ক পদ ত্যাগ বাবৰ আজমৰ

এয়াই সঠিক সময় ভাৱি মই সকলো পদৰ পৰা পদত্যাগ কৰিছো! বিশ্বকাপত বেয়া পাৰ্ফৰমেন্সৰ পাছতেই অধিনায়ক পদ ত্যাগ বাবৰ আজমৰ

গেলাৰীত মোৰ সপোনৰ নায়ক, গেলাৰীতেই মোৰ জীৱনসংগী আৰু হাজাৰ হাজাৰ অনুৰাগী, নিজক কেনেকৈ সামৰি ৰাখো? বিশ্বৰেকৰ্ড গঢ়ি আৰু কি কি ক’লে কিং কোহলীয়ে?

গেলাৰীত মোৰ সপোনৰ নায়ক, গেলাৰীতেই মোৰ জীৱনসংগী আৰু হাজাৰ হাজাৰ অনুৰাগী, নিজক কেনেকৈ সামৰি ৰাখো? বিশ্বৰেকৰ্ড গঢ়ি আৰু কি কি ক’লে কিং কোহলীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.