• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

4 years ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

3 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

3 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

4 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

5 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

5 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

6 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

6 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

7 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

8 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

8 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

9 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

editor by editor
April 30, 2022
in জীৱনশৈলী, বিবিধ
0
এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?
0
SHARES
426
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাশিচক্ৰত ১২টা ৰাশি আছে৷ ৰাশি অনুযায়ী সকলোৰে স্বভাৱ-চৰিত্ৰ ভিন্ন৷ জ্যোতিষ শাস্ত্ৰৰ মতে, কোনো ৰাশিৰ লোক বেগী আৰু সাহসী, কোনো আকৌ শান্ত, কোনো আকৌ চঞ্চল৷ ১২টা ৰাশিৰ ৪টা ৰাশিৰ জাতক-জাতিকাৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ আয় যিমান, তাতকৈ খৰচ বেছি৷

মেষ ৰাশি

ৰাশি চক্ৰৰ প্ৰথমটো ৰাশিয়ে হ’ল মেষ৷ এই ৰাশিৰ জাতক-জাতিকাই স্বাভাৱিকতে চাৰ্বাক দৰ্শনমুখী৷ নিজৰ জীৱন যাত্ৰা সুন্দৰভাৱে চলিবলৈ প্ৰয়োজনত এওঁলোক ধৰুৱা হ’বলৈও কুণ্ঠাবোধ নকৰে৷ টকা-পইচাৰ ক্ষেত্ৰত এই ৰাশিৰ লোকে কোনো হিচাপ-পত্ৰত চলাৰ পক্ষপাতি নহয়৷ এই স্বভাৱৰ কাৰণে মাহৰ শেষৰ ফালে এওঁলোক প্ৰায়ে অভাৱগ্ৰস্ত হোৱা দেখা যায়৷

বৃষ ৰাশি

ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি হ’ল বৃষ৷ এই ৰাশিৰ অধিপতি হ’ল শুক্ৰ৷ এই ৰাশিৰ ল’ৰা-ছোৱালীয়ে খৰচ কৰি ভাল পাই৷ খোৱা, পোছাক-পৰিচ্ছেদ আনকি আনৰ কেয়াৰ ল’বলৈ গৈয়ো প্ৰচুৰ অৰ্থ ব্যয় কৰে৷ হিচাপত চলাটো এই ৰাশিৰ লোকৰ বাবেও অসম্ভৱ৷

মিথুন ৰাশি

পছন্দৰ সামগ্ৰী যিমান দাম হ’লেও কিনি লোৱাটো এই ৰাশিৰ জাতক-জাতিকাৰ অভ্যাসস্বৰূপ৷ আনক উপহাৰ দিবলৈও মিথুন ৰাশিৰ ল’ৰা-ছোৱালী পিছ পৰি নাথাকে৷ আয় কিমান হৈছে সেইটো ডাঙৰ কথা নহয়, লগা বস্তুটো যে লাগিব সেইটোহে এওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ৷ এই স্বভাৱৰ বাবে মাহৰ শেষত ধনৰ খৰালিত ভোগে মিথুন ৰাশিৰ জাতক-জাতিকাসকলে৷

কন্যা ৰাশি

মেষ, মিথুন আৰু বৃষ ৰাশিৰ দৰেই কন্যা ৰাশিৰ ল’ৰা-ছোৱালী খৰচী৷ ঘনে ঘনে বজাৰ কৰাটো এওঁলোকৰ চখ৷ হিচাবৰ ক্ষেত্ৰত এওঁলোকৰ কোনো পৰিকল্পনা নাথাকে৷ স্বভাৱতে কন্যা ৰাশিৰ বালক-বালিকাসকল পৰোপকাৰী হয়৷ কেতিয়াবা নিজতকৈ আনৰ হৈ বেছি খৰচ কৰে৷ যাৰ ফলত মাহৰ শেষত প্ৰায়ে লালবাটি জ্বলে এই ৰাশিৰ ল’ৰা-ছোৱালীৰ৷

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়
জীৱনশৈলী

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

March 17, 2026
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ
জীৱনশৈলী

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

March 17, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
Next Post
‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

ADULT FILMত অভিনয় কৰি হাতে-লোটে ধৰা পৰিল উৰ্ফি জাভেদ

ADULT FILMত অভিনয় কৰি হাতে-লোটে ধৰা পৰিল উৰ্ফি জাভেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.