• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেটৰিনাক বেয়া পাইছিল অৰ্জুন আৰু বৰুণে, বনাইছিল ‘কেটৰিনা হেট ক্লাৱ’

কেটৰিনাক বেয়া পাইছিল অৰ্জুন আৰু বৰুণে, বনাইছিল ‘কেটৰিনা হেট ক্লাৱ’

1 year ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

4 minutes ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

50 minutes ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

1 hour ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

1 hour ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

2 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

2 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

2 hours ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

3 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

12 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

12 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

13 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কেটৰিনাক বেয়া পাইছিল অৰ্জুন আৰু বৰুণে, বনাইছিল ‘কেটৰিনা হেট ক্লাৱ’

editor by editor
November 14, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কেটৰিনাক বেয়া পাইছিল অৰ্জুন আৰু বৰুণে, বনাইছিল ‘কেটৰিনা হেট ক্লাৱ’
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেটৰিনাক বেয়া পাইছিল অৰ্জুন আৰু বৰুণে, বনাইছিল ‘কেটৰিনা হেট ক্লাৱ’

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কেটৰিনাক বেয়া পাইছিল বলীউডৰ দুগৰাকীকৈ অভিনেতাই। অৰ্জুন কাপুৰ আৰু বৰুণ ধাৱানে বেয়া পাইছিল অভিনেত্ৰীগৰাকীক।

ইয়াৰ বাবে আনকি সামাজিক মাধ্যমত কেটৰিনা হেট ক্লাব বুলি এটা একাউণ্টো খুলিছিল দুয়ো অভিনেতাই। নিজেই এই বিষয়ে সদৰি কৰে অভিনেতাই। সদ্যহতে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে এই বিষয়ে প্ৰকাশ কৰে।

অৰ্জুন কাপুৰ আৰু বৰুণ ধাৱনৰ বন্ধুত্ব বহু বছৰ পুৰণি। অনস্ক্ৰীণ হওক বা অফ স্ক্ৰীণ হওক, তেওঁলোকৰ বন্ধুত্ব অতি শক্তিশালী। আৰু দুয়োৰে পচন্দ অপচন্দও কোনো কোনো ক্ষেত্ৰত একে। যাৰ বাবে দুয়োৰে এসময়ত বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফ অপছন্দৰ অভিনেত্ৰী আছিল।

কেটৰিনা কাইফে নিজেও এবাৰ কৰণ জোহৰৰ শ্ব’ ‘কফি উইথ কৰণ’ত এই বিষয়ে উল্লেখ কৰিছিল। কেটৰিনা কাইফে শ্ব’টোত প্ৰকাশ কৰিছিল যে বৰুণ ধাৱন আৰু অৰ্জুন কাপুৰে তেওঁৰ নামত এটা হেট ক্লাব গঠন কৰিছে। এই গোটটোৰ নাম আছিল ‘কেটৰিনা হেট ক্লাব’। পাছে ইয়াৰ আঁৰৰ কাহিনী কি !

যদিও দুয়ো অভিনেতাই এই হেট ক্লাব গঠন কৰিছিল, কিন্তু প্ৰকৃততে সেয়া সত্য নহয়। এই হেট ক্লাবটো গঠন হোৱাৰ মূলতে আছিল- দুয়োজন অভিনেতাই অনুভৱ কৰিছিল যে কেটৰিনাই তেওঁলোকক গুৰুত্ব নিদিয়ে।

অৰ্জুনে কয়, ‘আমাৰ আগতে এটা ‘উই হেট কেটৰিনা ফেন ক্লাব’ আছিল, যিটো অতি সোনকালে বন্ধ হৈ যায়, কাৰণ আমি কেটৰিনাক সঁচাকৈয়ে ঘৃণা কৰা নাছিলো। আমি মাত্ৰ কেটৰিনাই আমাক বেয়া পাই বুলি ভাৱিছিলো। আমাৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে বুলি ভাবিছিলো।

কাৰণ কেটৰিনাই সকলো ক্ষেত্ৰতে সকলোতে টু ডা পইণ্ট উত্তৰ দিয়ে। কাকো কোনোদিনে মিঠ মিঠা কথা কব নাযায়। সৎ সাহসেৰে সকলোৰে সমুখত নিজৰ কব লগা খিনি উপস্থাপন কৰে। তাৰ বাহিৰে বেচিকৈ কথা নকয়।

এই কাৰণেই হয়তো অৰ্জুন আৰু বৰুণে সেই ঘৃণা ক্লাবটো খুলিছিল। অৱশ্যে অৰ্জুনে কয় যে তিনিওজনৰ মাজত কোনো সমস্যা বা সম্পৰ্কৰ মাজত কোনো বেয়া মনোভাৱ নাই আৰু কেটৰিনাৰ কেৰিয়াৰ বৃদ্ধিত তেওঁলোক অতি সুখী। কেটৰিনা কঠোৰ প্ৰৰিশ্ৰমি বুলিও প্ৰশংসা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arjun KapoorIndian MovieKetrina Keifvarun dhawan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?
খাদ্য

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

March 28, 2026
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

March 28, 2026
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

March 28, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

March 28, 2026
Next Post
৩ ঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰি থাকিল ৰনবীৰ, কিন্তু মান্তি নহয় মুকেশ খন্না

৩ ঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰি থাকিল ৰনবীৰ, কিন্তু মান্তি নহয় মুকেশ খন্না

পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.