• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ ঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰি থাকিল ৰনবীৰ, কিন্তু মান্তি নহয় মুকেশ খন্না

৩ ঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰি থাকিল ৰনবীৰ, কিন্তু মান্তি নহয় মুকেশ খন্না

2 years ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

1 hour ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

4 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

14 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

16 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

17 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৩ ঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰি থাকিল ৰনবীৰ, কিন্তু মান্তি নহয় মুকেশ খন্না

editor by editor
November 14, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
৩ ঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰি থাকিল ৰনবীৰ, কিন্তু মান্তি নহয় মুকেশ খন্না
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ ঘণ্টা ধৰি সৈমান কৰিবলৈ চেষ্টা কৰি থাকিল ৰনবীৰ, কিন্তু মান্তি নহয় মুকেশ খন্না

একেবাৰে আকোৰগোজৰ দৰে হৈ পৰিছে ভাৰতৰ প্ৰথম ছুপাৰমেন খ্যাত শক্তিমান মুকেশ খান্না। শক্তিমানৰ ওপৰত চিনেমা নিৰ্মান হব, সেই বিষয়ে মান্তি হলেও শক্তিমানৰ চৰিত্ৰৰ বাবে মান্তি হোৱা নাই ৰনবীৰ সিঙক।

শক্তিমানৰ চৰিত্ৰক ভাৰতৰ কোটি কোটি জনতাৰ মাজলৈ জীৱন্ত ৰূপ দি অনা মুকেশ খান্নাই কোনোমতে মান্তি হোৱা নাই মুকেশ খান্নাক চিনেমাৰ শক্তিমান হিচাপে চাবলৈ। বৰ্তমানেও আপত্তি দৰ্শাই আছে মুকেশ খান্নাই।

যাৰ বাবে ৰনবীৰে পাৰ্যমানে সকলো চেষ্টা কৰিছে মুকেশ খান্নাক সৈমান কৰাবৰ বাবে। মুকেশ খান্নাৰ কাৰ্যালয়ো গৈ পাইছিল অভিনেতা ৰনবীৰ সিং।

কিন্তু ৰনবীৰক ৩ ঘণ্টা ধৰি ৰখাই থৈছিল মুকেশ খান্নাই। ৩ ঘণ্টাৰ পাছতহে লগ কৰিছিল ৰনবীৰক। এই সম্বন্ধে মুকেশ খান্নাই নিজেই সদ্যহতে এক প্ৰেছ কনফ্ৰান্সেত এই বিষয়ে সদৰে কৰে।

মুকেশ খান্নাই কয়- মই ৰনবীৰক ৰৈ থাকিবৰ বাবে জোৰ কৰা নাছিলো। ৰনবীৰে নিজৰ ইচ্ছা অনুসৰিহে ৩ ঘণ্টা মোৰ বাবে অপেক্ষা কৰিছিল। পাছত আমি লগ কৰি ভালদৰেই কথা বতৰা পাতিছিলো।

লগতে ৰনবীৰৰ অভিনয়ৰো প্ৰসংসা কৰে মুকেশ খান্নাই। ৰনবীৰৰ এনাৰ্জিৰো প্ৰসংশা কৰে। লগতে ইয়াকো কয় যে, এগৰাকী প্ৰডিউচাৰেহে অভিনেতা নিৰ্বাচন কৰে, এগৰাকী অভিনেতাই প্ৰডিউচাৰ নিৰ্বাচন নকৰে।

সেয়ে শক্তিমানৰ চৰিত্ৰত ৰনবীৰত মই নিৰ্বাচন নকৰো। শক্তিমানৰ চৰিত্ৰ ৰূপায়ন কৰাৰ বাবে এক বিশেষ চেহেৰাৰ প্ৰয়োজন। যিদৰে অক্ষয় কুমাৰে নকলি দাঢ়ি লগাই উইগ পিন্ধি পৃথ্বীৰাজ চৌহান হবলৈ চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল।

লগতে ইয়াকো কয় যে, পৰৱৰ্তী শক্তিমানো মইয়ে হব বুলি ওলোৱা কথা সম্পূৰ্ণ মিছা। মই কিয় কম এইদৰে, কাৰণ মইয়ে শক্তিমান। কেৱল এতিা চিনেমাত শক্তিমানৰ চৰিত্ৰক কাম কৰিব লগাজন হব দ্বিতীয় শক্তিমান।

পৰৱৰ্তী শক্তিমান কোন হব সেই বিষয়ে এতিয়াও সন্ধান চলি আছে, কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই এতিয়ালৈকে। যি কথাৰ পৰা স্পষ্ট যে, ৰনবীৰক কোনোপধ্যে শক্তিমানৰ চৰিত্ৰত নিবিচাৰে মুকেশ খান্নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian MovieIndian SupermanMukesh KhannaRanveer SinghSaktiman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

পুনৰ আহিল AFSPA, এইবাৰ সম্পূৰ্ণ ৰাজ্যত নহয়, ৬খন থানা এলেকাত এই বিশেষ আইন

সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.