• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জামিন মঞ্জুৰ- অৱশেষত মুকলি আকাশৰ তললৈ কেজৰিৱাল, হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ

জামিন মঞ্জুৰ- অৱশেষত মুকলি আকাশৰ তললৈ কেজৰিৱাল, হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ

2 years ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

9 minutes ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

43 minutes ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

1 hour ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

2 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

2 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

3 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

3 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

4 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

4 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

13 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

14 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জামিন মঞ্জুৰ- অৱশেষত মুকলি আকাশৰ তললৈ কেজৰিৱাল, হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ

editor by editor
September 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জামিন মঞ্জুৰ- অৱশেষত মুকলি আকাশৰ তললৈ কেজৰিৱাল, হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জামিন মঞ্জুৰ- অৱশেষত মুকলি আকাশৰ তললৈ কেজৰিৱাল, হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সকাহ

উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে ৷ উচ্চতম ন্যায়ালয়ে চিবিআই গোচৰত মুখ্যমন্ত্ৰী কেজৰিৱালক চৰ্তসাপেক্ষ জামিন প্ৰদান কৰিছে। অৰ্থাৎ মুখ্যমন্ত্ৰী কেজৰিৱালে জেলৰ পৰা ওলাই অহাৰ পিছত উচ্চতম ন্যায়ালয়ে দিয়া চৰ্তসমূহ মানি ল’ব লাগিব।
উল্লেখ্য যে যোৱাবাৰ আদালতে এই বিষয়ত নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰিছিল। একেটা সুৰা নীতি কেলেংকাৰীৰ গোচৰত কেজৰিৱালৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে মনীষ ছিছ’দিয়াক জামিন প্ৰদান কৰিছিল।

চিবিআইয়ে কেজৰিৱালক গ্ৰেপ্তাৰ নকৰিলে জুলাই মাহতেই জেলৰ পৰা ওলাই আহিলহেঁতেন। ইডি গোচৰত কেজৰিৱালে ইতিমধ্যে আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল। এতিয়া চিবিআই গোচৰতো জামিন পোৱাৰ পিছত ৫ মাহৰ পিছত জেলৰ পৰা মুকলি হ’ব কেজৰিৱাল।

চিবিআইৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়লৈ গৈছিল কেজৰিৱাল। চিবিআইৰ যুক্তি আছিল যে কেজৰিৱালে প্ৰথমে নিম্ন আদালতলৈ যাব লাগিছিল। ইয়াৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিছিল আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ইডিৰ যুক্তি মানি লোৱা নাছিল।

উচ্চতম ন্যায়ালয়ে চিবিআইৰ গোচৰত কেজৰিৱালক নিশ্চিতভাৱে জামিন মঞ্জুৰ কৰিছে যদিও তাৰ সমান্তৰালকৈ তেওঁৰ ওপৰতো চৰ্ত আৰোপ কৰা হৈছে। আদালতে কয় যে ইডি গোচৰত প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ ক্ষেত্ৰত প্ৰযোজ্য চৰ্ত এই গোচৰতো প্ৰযোজ্য হৈ থাকিব।

ন্যায়ালয়ে কেজৰিৱালক জনাইছে যে জামিনৰ সময়ছোৱাত সুৰা নীতিৰ বিষয়টো সন্দৰ্ভত কোনো মন্তব্য নকৰে। জামিনৰ ক্ষেত্ৰতো সহযোগ কৰিবলৈ কোৱা হৈছে। উচ্চতম ন্যায়ালয়ে কেজৰিৱালক কয় যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যালয়লৈ যাব নোৱাৰে। ইয়াৰ লগতে তেওঁ কোনো ফাইলত চহী কৰিব নোৱাৰিব।

চিবিআই গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পোৱাৰ পিছত কেজৰিৱালে হয়তো কাৰ্যভাৰলৈ যাব নোৱাৰিব, কিন্তু হাৰিয়ানাৰ নিৰ্বাচনত প্ৰচাৰ চলাব পাৰিব। তেওঁৰ ব্যক্তিগত স্বাধীনতাত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই উচ্চতম ন্যায়ালয়ে। এনে পৰিস্থিতিত হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত অৰবিন্দ কেজৰিৱালৰ আগমনৰ পৰা আম আদমী পাৰ্টিয়ে ডাঙৰ লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalKejriwalsupreme courtSupreme Court Bail
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

April 10, 2026
Next Post
শিয়ৰি উঠিব গাৰ নোম, মিছ ছুইজাৰলেণ্ডৰ প্ৰাক্তন ফাইনেলিষ্টৰ সৈতে সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা

শিয়ৰি উঠিব গাৰ নোম, মিছ ছুইজাৰলেণ্ডৰ প্ৰাক্তন ফাইনেলিষ্টৰ সৈতে সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা

কল্যাণকামী গৃহত অনৈতিক কাৰ্য, ৪০২ শিশু উদ্ধাৰ, গ্ৰেপ্তাৰ ১৭১ জন

কল্যাণকামী গৃহত অনৈতিক কাৰ্য, ৪০২ শিশু উদ্ধাৰ, গ্ৰেপ্তাৰ ১৭১ জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.