• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ বৰ্ষত বিৰাট-ৰোহিত-অশ্বিনসহ ১২ গৰাকী ভাৰতীয় খেলুৱৈৰ অৱসৰ, কোন কোন তালিকাত

২০২৪ বৰ্ষত বিৰাট-ৰোহিত-অশ্বিনসহ ১২ গৰাকী ভাৰতীয় খেলুৱৈৰ অৱসৰ, কোন কোন তালিকাত

2 years ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

59 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 hour ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০২৪ বৰ্ষত বিৰাট-ৰোহিত-অশ্বিনসহ ১২ গৰাকী ভাৰতীয় খেলুৱৈৰ অৱসৰ, কোন কোন তালিকাত

editor by editor
December 20, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
২০২৪ বৰ্ষত বিৰাট-ৰোহিত-অশ্বিনসহ ১২ গৰাকী ভাৰতীয় খেলুৱৈৰ অৱসৰ, কোন কোন তালিকাত
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ বৰ্ষত বিৰাট-ৰোহিত-অশ্বিনসহ ১২ গৰাকী ভাৰতীয় খেলুৱৈৰ অৱসৰ, কোন কোন তালিকাত

২০২৪ বৰ্ষ ভাৰতীয় ক্ৰিকেটৰ বাবে এক অতিকে উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হবলৈ গৈ আছে। বহু উত্থান পতনেৰে ভৰা এই ২০২৪ বৰ্ষ। এই বছৰতেই ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি অনুৰাগীক সুখ প্ৰদান কৰে। কিন্তু এই একেটা বছৰতে ভাৰতৰ ১২ গৰাকী তাৰকা খেলুৱৈয়ে ক্ৰিকেটৰ পৰা বিদায় মাগে।

ভাৰতীয় অনুৰাগীৰ বাবে আটাইতকৈ ডাঙৰ আঘাত তেতিয়া লাগে যেতিয়া বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাদেজা, শিখৰ ধাৱন আৰু অৱশেষত ৰবিচন্দ্ৰন অশ্বিনৰ দৰে তাৰকা খেলুৱৈয়ে অৱসৰ গ্ৰহণ কৰে। অৱশ্যে কোহলী, ৰোহিত আৰু জাদেজাই কেৱল টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰাহে সদ্যহতে বিদায় লৈছে।

এই বছৰৰে জুন মাহত ভাৰতীয় ক্ৰিকেট দলটোৱে টি-২০ বিশ্বকাপ জয় কৰিছিল। ২৯ জুন তাৰিখে অনুষ্ঠিত ফাইনেল খেলত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে বিশ্বকাপ দখল কৰিছিল। এই বিশ্বকাপ জয়ৰ পাছতে ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ টি-২০ খেলক বিদায় দিছিল বিৰাট-ৰোহিত-জাদেজা-ধাৱনে।

পাছে আন কোন কোন খেলুৱৈ বিদায় লয় এই ২০২৪ বৰ্ষত- তালিকাত নাম আছে বহু কেইগৰাকী তাৰকা খেলুৱৈৰ-
দিনেশ কাৰ্তিক- ১ জুনৰ জন্ম দিনৰ দিয়াই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লৈছিল কাৰ্তিকে।
জুনতেই টি-২০ ফৰ্মেটক বিদায় দিয়ে বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু ৰবিন্দ্ৰ জাদেজাই।
শিখৰ ধাৱন- ২৪ আগষ্টত ইণ্টাৰনেশ্যনেল আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ধাৱনে।
ঋদ্ধিমান সাহা- নৱেম্বৰত নিজৰ অৱসৰ লোৱাৰ কথা সদৰি কৰে। ইয়াৰ উপৰি অৱসৰ লোৱা অন্য কেইগৰাকী হৈছে-
কেদাৰ যাদৱ, বৰুণ অৰুণ, বৰিন্দৰ সৰা, সিদ্ধাৰ্থ কৌল, সৌৰভ তিৱাৰীয়ে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰা বিদায় লয় ক্ৰিকেটৰ পৰা।
শেষত ডিচেম্বৰ মাহৰ ১৮ তাৰিখে ইন্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা বিদায় লয় ৰবিচন্দ্ৰন অশ্বিনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket RetirementIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট, ৪০খনৰো অধিক বাহনলৈ বিয়পে জুই, বৰ্তমানলৈ ৪ গৰাকী নিহত

গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট, ৪০খনৰো অধিক বাহনলৈ বিয়পে জুই, বৰ্তমানলৈ ৪ গৰাকী নিহত

ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

ভাইৰেল ভিডিঅ', বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.