• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা আঁতৰোৱাৰ পাছত ছ’চিয়েল মিডিয়াত কি প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ?

2 years ago
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

1 hour ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

1 hour ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

2 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

2 hours ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

3 hours ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

3 hours ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

4 hours ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

4 hours ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

4 hours ago
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

5 hours ago
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

5 hours ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা আঁতৰোৱাৰ পাছত ছ’চিয়েল মিডিয়াত কি প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ?

editor by editor
December 13, 2023
in অসম, ৰাজনীতি
0
বিজেপি
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা আঙুৰলতা ডেকাক অব্যাহতি হয়। বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ দায়িত্ব দিয়া হয় স্বপ্না বণিয়াক। সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ পাছত আঙুৰলতা ডেকাই এক ফেচবুক পোষ্টযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নৱনিযুক্ত সভানেত্ৰী স্বপ্না বণিয়াক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী আঙুৰলতা ডেকাৰ ফেচবুক পোষ্টৰ কথাখিনি তলত সন্নিৱিষ্ট কৰা হ’ল।
‘সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাই পোনপ্ৰথমেই মই স্পষ্টকৈ উল্লেখ কৰিব বিচাৰিছোঁ যে, মোৰ জীয়ৰী নমামীয়ে বৰ্তমান স্কুলীয়া শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত ভৰি দিছে আৰু এই সময়খিনিত এগৰাকী মাতৃৰ ঘৰুৱা ব্যস্ততা খিনিৰ বিষয়ে হয়তো সকলো জ্ঞাত। এই সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই দলীয় শীৰ্ষ নেতৃত্বক মোৰ অসুবিধা সমূহৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু দলীয় দ্বায়িত্বৰ পৰাও অব্যাহতি বিচাৰিছিলোঁ যাতে নমামী কিছু ডাঙৰ তথা বুজা হোৱালৈকে তাইক মই সম্পূৰ্ণ সময় দিব পাৰোঁ। শেহতীয়াকৈ, দলে মোৰ সেই অসুবিধা সমূহৰ বিষয়ে বিবেচনা কৰি মোক দলীয় দ্বায়িত্বৰ পৰা অব্যাহতি দিয়াত দলীয় নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নৱ নিযুক্ত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বিগত প্ৰায় দুইবছৰ পাঁচ মাহ সময় ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহক কৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ সেৱা আগবঢ়াবলৈ সক্ষম হোৱাটো মোৰ বাবে আছিল পৰম সৌভাগ্যৰ প্ৰাপ্তি। মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমবাসী ৰাইজৰ তথা অসমৰ মহিলা সমাজৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’ম।
মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মোৰ বিগত কাৰ্যকালত মই সংগঠনৰ বহু কথাই শিকাৰ সুযোগ পাইছিলো যিটো মোৰ জীৱনৰ অনন্য প্ৰাপ্তি আছিল। তাৰ পিছতে উল্লেখ কৰিব লাগিব মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে সমগ্ৰ অসমৰ মহিলা শক্তিৰ যি অভূতপূৰ্ব সমৰ্থন মই লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেই প্ৰাপ্তিৰ মাদকতা হয়তো পোৱা জনেহে অনুভৱ কৰিব পাৰিব। বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়া সকলক যাৰ অবিহনে মহিলা মৰ্চাক প্ৰতিনিধিত্ব কৰাটো মোৰ পক্ষে কাহানিও সম্ভৱ নহ’ল হয়। তাৰ সমান্তৰালভাৱে অসমৰ সংবাদ মাধ্যমৰ সঁহাৰিয়ে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতিটো কৰ্মসূচীক জনমানসত সৰ্বাধিক আলোচিত তথা দলীয় উদ্দেশ্য সম্প্ৰসাৰিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই সকলোবোৰৰ উৰ্দ্ধত চিৰকৃতজ্ঞ হৈ ৰ’ম সমূহ অসম বাসী ওচৰত কাৰণ ৰাইজৰ আন্তৰিক সহযোগিতাৰ বাবেই এসময়ৰ অসমীয়া ছবিজগতৰ অভিনেত্ৰীৰ পৰা আজিৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ আংগুৰলতাৰ সৃষ্টি হ’ল।
শেষত, সকলোকে আন্তৰিক কৃতজ্ঞতা জনাই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে, মই সদায় ভাৰতীয় জনতা পাৰ্টিৰ অংশ আছিলোঁ, আছোঁ আৰু চিৰদিন ভাৰতীয় জনতা পাৰ্টিৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই যাম। ভাৰত মাতা কী জয়৷ জয় আই অসম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: angoorlata dekaassam bjpassam bjp mahila morchaswapna bania
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
জীৱনশৈলী

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

May 9, 2026
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?
জীৱনশৈলী

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

May 9, 2026
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?
জীৱনশৈলী

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

May 9, 2026
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী
জীৱনশৈলী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

May 9, 2026
Next Post
শ্বেয়াৰ বজাৰ

দ্বাদশ উত্তীৰ্ণ অটোচালক কেনেকৈ হ'ল শ্বেয়াৰ বজাৰ বিশেষজ্ঞ?

অৰ্জুন বঁটা

অৰ্জুন বঁটা লাভ কৰিব নেকি মহম্মদ ছামীয়ে? খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ BCCIৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.