• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰ

দ্বাদশ উত্তীৰ্ণ অটোচালক কেনেকৈ হ’ল শ্বেয়াৰ বজাৰ বিশেষজ্ঞ?

3 years ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

21 minutes ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

9 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

9 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

10 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

10 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

11 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

12 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

12 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

13 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

14 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

15 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

দ্বাদশ উত্তীৰ্ণ অটোচালক কেনেকৈ হ’ল শ্বেয়াৰ বজাৰ বিশেষজ্ঞ?

editor by editor
December 13, 2023
in বাণিজ্য, ভাৰত
0
শ্বেয়াৰ বজাৰ
0
SHARES
816
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মায়ানগৰী মুম্বাইত প্ৰতিদিনে মনত সৰু-বৰ অলেখ সপোন লৈ আহে বহু লোক। দেশৰ অৰ্থনৈতিক ৰাজধানীখনত সপোন বাস্তবায়িত কৰা সহজসাধ্য নহয় যদিও তাৰ মাজতেই উজ্বলি উঠে বহুজন। নিজৰ ধৈৰ্য, একাগ্ৰতা আৰু মনোবলৰ ফলত সফল হয় তেওঁলোক। এনেদৰেই মনত কিবা এটা কৰি দেখুওৱাৰ হেঁপাহ পুহি ৰখা এগৰাকী অটোচালক হৈ উঠে শ্বেয়াৰ বজাৰ বিশেষজ্ঞ।
শ্বেয়াৰ বজাৰত দৈনিক লেনদেন হয় কোটি কোটি টকাৰ। সৰু-বৰ বিনিয়োগকাৰীয়ে নিতৌ বিনিয়োগ কৰি উপাৰ্জন কৰে ধন। বিনিয়োগকাৰীসকলে ইয়াৰ বাবে পৰামৰ্শ লয় বিশেষজ্ঞৰ। এনে এগৰাকী শ্বেয়াৰ বজাৰ বিশেষজ্ঞ এতিয়া চৰ্চালৈ আহিছে। মুম্বাইৰ এগৰাকী অটোচালকে নিজে ট্ৰেডিং কৰাৰ উপৰিও অন্য লোকক আগবঢ়ায় শ্বেয়াৰ বজাৰত বিনিয়োগৰ পৰামৰ্শ।
মুম্বাইত কিবা এটা কৰি দেখুওৱাৰ সপোন পুহি ৰখা বিশাল পাইকৰাও নামৰ যুৱকজনে পৰিয়ালৰ দায়িত্ব কান্ধ পাতি ল’বলগীয়া হোৱাত নিজৰ শিক্ষা দ্বাদশ শ্ৰেণীতে সামৰিব লগা হয়। পৰিয়াল পোহপালৰ বাবে অটো চলাবলৈ লোৱা বিশালৰ মনত খুন্দিয়াই আছিল অন্য কিবা কৰাৰ কথা। তেনে সময়তে বিশালৰ মন শ্বেয়াৰ বজাৰৰ ফালে ঢাল খায়। অটো চলাই থকাৰ মাজতে বিশালে অধ্যয়ন কৰে শ্বেয়াৰ বজাৰৰ সবিশেষ।
প্ৰথমতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ বজাৰৰ বিষয়ে অধ্যয়ন কৰা বিশাল পাইকৰাৱে লাহে লাহে নিজৰ সাঁচতীয়া ধনেৰে সৰু সৰু ট্ৰেডিং কৰিবলৈ লয়। বিশালৰ অটোত সকলো সময়তে এটা লেপটপ থাকে আৰু সময় পালেই বিশালে শ্বেয়াৰ বজাৰৰ তথ্য লৈ থাকে। অটো চলাই পৰিয়াল পোহপাল দিয়াটো কষ্টকৰ বাবে ট্ৰেডিঙৰ জৰিয়তে অতিৰিক্ত উপাৰ্জন কৰি থকা বুলি কয় বিশাল পাইকৰাৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: share marketshare market advicetrading advicevishal paikrao
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
ভাৰত

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

July 24, 2026
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে
ভাৰত

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে
বাণিজ্য

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

July 24, 2026
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!
বাণিজ্য

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

July 24, 2026
Next Post
অৰ্জুন বঁটা

অৰ্জুন বঁটা লাভ কৰিব নেকি মহম্মদ ছামীয়ে? খেল মন্ত্ৰালয়ক বিশেষ অনুৰোধ BCCIৰ

আৰক্ষী

জে'লত বন্দী কংগ্ৰেছ নেতা নাচি আছে বিয়াত, হুৱাদুৱা লাগিল আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.