• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

4 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

9 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

10 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

11 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

2 days ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

editor by editor
February 11, 2022
in অসম, গুৱাহাটী
0
ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেবিনেটত কেইবাটাও প্ৰস্তাৱ। ফৰলেনত ১০০ কিলোমিটাৰ, লোক নিৰ্মাণৰ পথত ৭০ কিলোমিটাৰ আৰু নগৰ-চহৰত প্ৰতিঘণ্টাত ৬০ কিলোমিটাৰ বেগত চলাব পাৰিব গাড়ী। ৮ আসনযুক্ত যাত্ৰীবাহী গাড়ীৰ ক্ষেত্ৰত ফৰলেনযুক্ত পথত প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ, গড়কাপ্তানি পথত ৬০ কিলোমিটাৰ আৰু আন নগৰ-চহৰত প্ৰতিঘণ্টাত ৫০ কিলোমিটাৰ গতিবেগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ৯ আসনযুক্ত গাড়ীৰ ক্ষেত্ৰত চাৰিলেন পথত প্ৰতিঘণ্টাত ৭০ কিলোমিটাৰ, গড়কাপ্তানি পথত ৬০ কিলোমিটাৰ, আন নগৰ-চহৰ পথত ৪০ কিলোমিটাৰ গতিবেগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

একেদৰে মালবাহী বাহনৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে প্ৰস্তাৱ। মালবাহী বাহনৰ ক্ষেত্ৰত চাৰিলেন পথত ৬০ কিলোমিটাৰ, অন্য পথত ৫০ কিলোমিটাৰ, পৌৰসভা এলেকাত ৪০ কিলোমিটাৰ, মটৰ চাইকেলৰ ক্ষেত্ৰত চাৰিলেন পথত ৬০ কিলোমিটাৰ, অন্য পথত ৫০ কিলোমিটাৰ, পৌৰসভা এলেকাত ৫০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে। ৰাইজৰ বাবে এই প্ৰস্তাৱসমূহ মুকলি কৰিছে চৰকাৰে। অহা ১৫ দিনত এই সন্দৰ্ভত ৰাজ্যৰ পৰিবহণ বিভাগে ৰাইজৰ পৰামৰ্শ ল’ব। আৰু এই পৰামৰ্শৰ ভিত্তিতেই পৰিবহণ বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। কেবিনেটৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cabinet meetinghimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কন্ট্ৰ’ল বাৰ্ণিং, জীৱ-জন্তুৰ বাবে এই ব্যৱস্থা উদ্যান কৰ্তৃপক্ষৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কন্ট্ৰ’ল বাৰ্ণিং, জীৱ-জন্তুৰ বাবে এই ব্যৱস্থা উদ্যান কৰ্তৃপক্ষৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.