• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ কেবিনেট বৈঠক- ১০ মে’ত নিযুক্তি, লগতে নতুনকৈ ১৫ হাজাৰ চাকৰি…

আজিৰ কেবিনেট বৈঠক- ১০ মে’ত নিযুক্তি, লগতে নতুনকৈ ১৫ হাজাৰ চাকৰি…

2 years ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

1 hour ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

2 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

3 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

3 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

4 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

5 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

5 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

6 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

7 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

7 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

8 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰ কেবিনেট বৈঠক- ১০ মে’ত নিযুক্তি, লগতে নতুনকৈ ১৫ হাজাৰ চাকৰি…

editor by editor
October 27, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আজিৰ কেবিনেট বৈঠক- ১০ মে’ত নিযুক্তি, লগতে নতুনকৈ ১৫ হাজাৰ চাকৰি…
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ কেবিনেট বৈঠক- ১০ মে’ত নিযুক্তি, লগতে নতুনকৈ ১৫ হাজাৰ চাকৰি…

আজি ২৭ অক্টোবৰ তাৰিখ দেওবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ বিশেষ কেবিনেট বৈঠক। এই বৈঠকতে লোৱা হয় কেইবাটাও সিদ্ধান্ত। তাৰেই ভিতৰত লোৱা হয় ADRE পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন। লগতে কেতিয়াকৈ উত্তীৰ্ণ প্ৰাৰ্থী সকলক নিযুক্তি দিয়া হব সেই বিষয়তো ঘোষণা কৰা হয়।

অহা ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰীত ঘোষণা হব ADRE পৰীক্ষাৰ ফলাফল। লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি হিচাপে ১০ মে’ দিনাই প্ৰদান কৰা হব নিযুক্তি পত্ৰ। ৰাজ্যৰ ৩৫ হাজাৰ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ।

লগতে ইয়াকো সদৰি কৰে যে, মৌখিক পৰীক্ষাৰ বাবে এটা পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হব। তাৰ পাছত হে সেই দুজনৰ ভিতৰত এজনে স্থান পাব। ইয়াৰ উপৰিও নতুনকৈ ১৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হব বুলিও সদৰি কৰে আজিৰ বৈঠকত।

মৰগীয়া বানচ সন্দৰ্ভতো বিশেষ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ DA ৫৩ শতাংশ হ’বগৈ। লগতে দীপাৱলী উপলক্ষে ২৮ অক্টোবৰ তাৰিখেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক দৰমহা দিয়া হ’ব। ডিচেম্বৰৰ দৰমহাৰ লগত বৰ্ধিত DA লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব এই DA বৃদ্ধি। ৪ মাহৰ বকেয়া ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে ২৫ শতাংশকৈ লাভ কৰিব অসম চৰকাৰ কৰ্মচাৰীয়ে।

জীৱন্ত ৰাস অনুষ্ঠিত কৰা অনুষ্ঠানলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান দিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ প্রায় ১৯০০ খন জীৱন্ত ৰাসে পাব ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান। ৰাসৰ ক্ষেত্রত প্রশাসনীয় অনুমতিৰ মাচুল প্রত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ।

মৈত্রী আঁচনিৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন ঘোষণা ৰাজ্য চৰকাৰৰ। ৰিলায়েঞ্চৰ সৈতে MoU কৰিব ৰাজ্য চৰকাৰে। গ্ৰীণ অইল, গ্ৰীণ এনাৰ্জীৰ বাবে ৰিলায়েঞ্চৰে কৰিব বুজাবুজি চুক্তি।

আজিৰ এই বৈঠকতেই ধনুৰ্বিদ জয়ন্ত তালুকদাৰক DSP পদ প্ৰদান কৰাৰ সিদ্ধান্তও লয় আৰু সংবাদ মেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetcabinet meetingguwahatihimanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
Next Post
নৱেম্বৰ মাহত শুক্ৰৰ দ্বৈত নক্ষত্ৰমণ্ডলৰ বাবে ৩টা ৰাশিৰ ভাগ্য উদয়, সূৰ্য্যদেৱৰো বিশেষ আশীৰ্বাদ

নৱেম্বৰ মাহত শুক্ৰৰ দ্বৈত নক্ষত্ৰমণ্ডলৰ বাবে ৩টা ৰাশিৰ ভাগ্য উদয়, সূৰ্য্যদেৱৰো বিশেষ আশীৰ্বাদ

অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

অতিকে ভয়ংকৰ- ৭ বছৰে ধৰি এজনে কৰি আহিছিল এনে কাম, বৰ্ণনা শুনি শিয়ঁৰি উঠে আৰক্ষীয়ো, যাৱজ্জীৱন শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.