• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- আধাৰ কাৰ্ড- মাটিৰ খাজানা সন্দৰ্ভত ল’লে সিদ্ধান্ত

আজিৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- আধাৰ কাৰ্ড- মাটিৰ খাজানা সন্দৰ্ভত ল’লে সিদ্ধান্ত

1 year ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

6 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

28 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

1 hour ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

2 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

4 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

6 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- আধাৰ কাৰ্ড- মাটিৰ খাজানা সন্দৰ্ভত ল’লে সিদ্ধান্ত

editor by editor
December 11, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
আজিৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- আধাৰ কাৰ্ড- মাটিৰ খাজানা সন্দৰ্ভত ল’লে সিদ্ধান্ত
0
SHARES
686
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- আধাৰ কাৰ্ড- মাটিৰ খাজানা সন্দৰ্ভত ল’লে সিদ্ধান্ত

আজি ১১ ডিচেম্বৰ বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ বিশেষ কেবিনেট বৈঠক। এই ৰাজ্যিক কেবিনেটত অসম চৰকাৰে গ্ৰহণ কৰে কেইবাটাও বৃহৎ সিদ্ধান্ত । আধাৰ কাৰ্ড, মাটিৰ খাজানা, মাটিৰ পট্টা সন্দৰ্ভত লয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আধাৰ কাৰ্ড

আধাৰ কাৰ্ডক লৈ নতুন SOP আনিলে ৰাজ্য চৰকাৰে। সলনি কৰা হ’ল আধাৰ কাৰ্ডৰ পূৰ্বৰ সকলো নিয়ম। আধাৰ কাৰ্ডক লৈ এতিয়াৰে পৰা কঠোৰ হ’ব ৰাজ্য চৰকাৰ।

বাংলাদেশৰ অনুপ্ৰৱেশকাৰী চিনাক্ত আৰু ৰোধৰ বাবেই এই নতুন নিয়ম তথা নিৰ্দেশনা জাৰি অসম চৰকাৰৰ। যাৰ বাবে এতিয়াৰে পৰা পূৰ্বৰ দৰে সহজ নহ’ব আধাৰ কাৰ্ডৰ আবেদন।

ফিল্ড ভেৰিফিকেচনৰ পাছতহে আধাৰ কাৰ্ড লাভ কৰিব আবেদনকাৰীয়ে। আবেদনকাৰীয়ে জমা দিব লাগিব কেইবাবিধ গুৰুত্বপূৰ্ণ নথি। আবেদন কৰা পাছত ভাৰতীয় নাগৰিক সম্পৰ্কত তদাৰক কৰিব জিলা ভিত্তিত। প্ৰতিখন জিলাৰ আয়ুক্তই নিয়োগ কৰিব অতিৰিক্ত প্ৰশাসনিক বিষয়া।

সম্পূৰ্ণ আধাৰ আৱেদন প্ৰক্ৰিয়াত চক্ৰ বিষয়াসকল হ’ব দায়বদ্ধ। পূৰ্বে NRCত আৱেদন কৰা পৰিয়ালেহে লাভ কৰিব আধাৰ কাৰ্ড। পূৰ্বৰ দৰে স্বয়ংক্ৰিয়ভাৱে আৱেদন কৰিলে নাপাব আধাৰ। আধাৰ কাৰ্ডৰ সকলো তথ্য কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব পৰ্টেলৰ জৰিয়তে।

মাটিৰ খাজানা-

আনহাতে মাটিৰ খাজানাক লৈ সকাহ ৰাজ্য চৰকাৰৰ। ডিজিটেল পদ্ধতিৰ উপৰিও মেনুৱেল পদ্ধতিৰে দিব পাৰিব মাটিৰ খাজনা। ৰাজ্যৰ দৰিদ্ৰ আৰু ক্ষুদ্ৰ পট্টাধাৰীৰ বাবে এই সুবিধা ৰাজ্য চৰকাৰৰ।

ডিজিটেল পদ্ধতিত অসুবিধা পোৱা জনসাধাৰণে নগদ টকাৰে দিব পাৰিব খাজানা। মৌজাদাৰ অফিচত গৈ পোনে পোনে দিব পাৰিব প্ৰয়োজনীয় খাজানা। আজি ১১ ডিচেম্বৰৰ পৰা ৰাজ্যত দুই প্ৰক্ৰিয়াৰে খাজানা আদায় কৰিব পাৰিব জনসাধাৰণে।

মাটিৰ পট্টা-

ইয়াৰ উপৰিও মাটিৰ পট্টাক লৈয়ো বৃহৎ সিদ্ধান্ত লয় আজিৰ ৰাজ্যিক কেবিনেটত। ছচাইটি পঞ্জীয়ন নকৰিলেও লাভ কৰিব মাটিৰ পট্টা। বসুন্ধৰাৰ জৰিয়তে অতি সহজেই লাভ কৰিব মাটিৰ পট্টা। ৰাজ্য চৰকাৰে উঠাই দিলে ৰিনুৱেল ফাইন ব্যৱস্থা। পূৰ্বৰ পঞ্জীয়ন ম্যাদ উকলিলে এতিয়াৰে পৰা দিব নালাগে কোনো ধৰণৰ জৰিমনা তথা ফাইন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetassam governmentcabinet meetingCm Himanta Bishwa Sarmaguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
Next Post
‘মন্নত’ৰ ৰূপ সলাব শ্বাহৰুখে, খৰচ কৰিব ২৫ কোটি

'মন্নত'ৰ ৰূপ সলাব শ্বাহৰুখে, খৰচ কৰিব ২৫ কোটি

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.