• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মন্নত’ৰ ৰূপ সলাব শ্বাহৰুখে, খৰচ কৰিব ২৫ কোটি

‘মন্নত’ৰ ৰূপ সলাব শ্বাহৰুখে, খৰচ কৰিব ২৫ কোটি

2 years ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

28 minutes ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

1 hour ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

2 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

3 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

3 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

4 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

5 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

15 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

15 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘মন্নত’ৰ ৰূপ সলাব শ্বাহৰুখে, খৰচ কৰিব ২৫ কোটি

editor by editor
December 11, 2024
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
‘মন্নত’ৰ ৰূপ সলাব শ্বাহৰুখে, খৰচ কৰিব ২৫ কোটি
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মন্নত’ৰ ৰূপ সলাব শ্বাহৰুখে, খৰচ কৰিব ২৫ কোটি

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান যিমানেই জনপ্ৰিয়, তেখেতৰ ঘৰ ‘মন্নতো’ সমানেই জনপ্ৰিয়। শ্বাহৰুখৰ কোনো অনুৰাগী যেতিয়াই মুম্বাইলৈ যায় তেতিয়াই তেওঁৰ বাবে মন্নত ভ্ৰমণ কৰাটো ভ্ৰমণৰ তালিকাত আহি পৰে।

সেই মন্নতক লৈয়ে এটা ডাঙৰ খবৰ ওলাইছে। এতিয়া শ্বাহৰুখ খানৰ মান্নাত হয়তো আগৰ তুলনাত আৰু অধিক ডাঙৰ আৰু বিলাসী হ’ব। অভিনেতাগৰাকীয়ে এতিয়া মন্নতত কিছু পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে। কোটি টকা খৰচ কৰি তেওঁ এই বাংলোটোক আৰু অধিক সুন্দৰ কৰি তুলিব বুলি খবৰ ওলাইছে।

সদৰি হোৱা মতে, শ্বাহৰুখ খানে নিজৰ বাংলো মান্নাতত দুটা নতুন মহলা নিৰ্মাণৰ পৰিকল্পনা কৰিছে। এই বাংলোটোত ইতিমধ্যে ২টা বেছমেণ্ট, ১টা গ্ৰাউণ্ড মহলা আৰু ৬টা মহলা আছে। একে সময়তে এতিয়া বাতৰি অনুসৰি অভিনেতাগৰাকীয়ে এই ঘৰটোত আৰু ২টা মহলা নিৰ্মাণ কৰিব বিচাৰিছে আৰু ইয়াৰ বাবে তেওঁৰ পত্নী গৌৰী খানে মহাৰাষ্ট্ৰ উপকূলীয় মণ্ডল ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ওচৰত আবেদনো দাখিল কৰিছে।

গৌৰী খানে দাখিল কৰা আবেদনত আৰু দুটা মহলা তথা ৬১৬.০২ বৰ্গমিটাৰ এলেকা যোগ কৰাৰ কথা উল্লেখ কৰিছে। উল্লেখ্য যে, ২০০১ চনত শ্বাহৰুখ খানে এই ঘৰটো ক্ৰয় কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gauri khanMannatmumbaiSahrukh Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.