• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

2 years ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

19 minutes ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

53 minutes ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

1 hour ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

3 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

3 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

4 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

4 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

4 hours ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

5 hours ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

8 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

9 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?

editor by editor
December 12, 2024
in প্ৰযুক্তি, বিজ্ঞান
0
ফেছবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত বিভ্ৰাট, কি কৈছে মেটাই?
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি হঠাৎ বন্ধ হৈ গ’ল হোৱাটছএপ, ফেছবুক আৰু ইনষ্টাগ্ৰাম পৰিসেৱা৷ বাৰ্তা আদানপ্ৰদানৰ সময়ত অসুবিধাত পৰিল বহু ব্যৱহাৰকাৰী৷ কিন্তু হঠাৎ এনে কি সমস্যা আহিল মেটাৰ? সেই সম্পৰ্কে স্পষ্টকৈ নকলেও  এটা বিশেষ বাৰ্তা দিছে মেটাই৷ পৰিসেৱা দ্ৰুত আৰু স্বাভাৱিক কৰাৰ চেষ্টা কৰা হৈছে বুলি জনাইছে মেটাৰ তৰফৰ পৰা৷

বুধবাৰে নিশা প্ৰায় ১১.৩০ৰ পৰা হোৱাটছ এপ, ফেছবুক, ইনষ্টাগ্ৰাম, মেছেঞ্জাৰৰ গ্ৰাহকে এই সমস্যাৰ সন্মুখীন হৈছে৷ মেটাৰ তৰফৰ পৰা জনোৱা হৈছে এনেদৰে, ‘আমি জানিব পাৰিছো, প্ৰযুক্তিগত সমস্যাৰ কাৰণে কিছু ব্যৱহাৰকাৰীয়ে আমাৰ এপ ব্যৱহাৰ কৰিব পৰা নাই৷ আমি যিমান সম্ভৱ সোনকালে এই পৰিসেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কাম কৰিছো৷ অসুবিধা দিয়াৰ বাবে ক্ষমাপ্ৰাৰ্থী৷’

বহুতেই ফেছবুক বা হোৱাটছএপ বা সকলো সামাজিকমাধ্যমৰ পৰিসেৱাই কাম কৰা নাই৷ বহুতৰেই লগ ইন কৰোতে সমস্যাই দেখা দিছে৷ হোৱাটছএপত মেছেজ পঠাবলৈ গৈ সমস্যাত পৰিছে বহুতেই৷ ফেছবুকত পোষ্ট কৰিবলৈ গৈ সমস্যাত পৰিছে ব্যৱহাৰকাৰী৷ সমস্যা হয় ইনষ্টাগ্ৰাম, মেছেঞ্জাৰৰো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

October 25, 2026
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’
অপৰাধ

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

October 23, 2026
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য
বিজ্ঞান

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

October 22, 2026
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!
প্ৰযুক্তি

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

October 19, 2026
Next Post
অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

অতুল সুভাছৰ পদক্ষেপক লৈ দেশজুৰি কিয় ইমান চৰ্চা? দেশত পুৰুষৰ বাবে কি কি আইন আছে?

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.