• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

2 years ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

16 minutes ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

2 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

3 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

3 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

3 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

6 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

6 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

6 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

7 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

8 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ

editor by editor
December 12, 2024
in ক্ৰীড়া, জীৱনশৈলী
0
২০৩৪ ৰ ফিফা বিশ্বকাপ হ’ব ছৌদি আৰৱত, ৩মহাদেশৰ ৬দেশত হ’ব ২০৩০ৰ ফিফা বিশ্বকাপ, ডাঙৰ ঘোষণা ফিফাৰ
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বকাপ ফুটবলৰ দামামা বাজিলেই৷ কিন্তু ২০২৬চনৰ নহয়৷ ফিফাই ঘোষণা কৰিলে ২০৩৪ চনৰ ফুটবল বিশ্বকাপ ক’ত অনুষ্ঠিত হ’ব৷ ছৌদি আৰবত অনুস্থিত হ’ব ফিফা বিশ্বকাপ ২০৩৪৷ ২০৩০ চনৰ বিশ্বকাপ যৌথভাৱে হ’ব মৰক্কো, স্পেন আৰু পৰ্তুগালৰ৷ এই তিনি দেশৰ সৈতে যৌথভাৱে থাকিব উৰুগুৱে, পেৰাগুৱে আৰু আৰ্জেণ্টিনা৷

ফিফা কংগ্ৰেছৰ সভাত বুধবাৰে ভোটৰ পাছত বিশ্বকাপৰ ভেন্যু নিশ্চিত হৈছে৷ ১৯৩০ চনৰ উৰুগুৱেত প্ৰথমবাৰ বিশ্বকাপ আয়োজিত হৈছিল৷ সেই নিৰিখত বিচাৰ কৰিলে ২০৩০ চনত বিশ্বকাপৰ শতবৰ্ষ৷ সেয়ে মৰক্কো, স্পেইন আৰু পৰ্তুগালৰ ওপৰিও দক্ষিণ আমেৰিকাৰ তিনিখন দেশেও মেচ আয়োজন কৰিব৷ ২০৩০ চনৰ বিশ্বকাপ প্ৰকৃততে তিনি মহাদেশৰ ৬খন দেশে আয়োজন কৰিব৷ ইফালে মধ্যপ্ৰাচ্যৰ দ্বিতীয় দেশ হিচাপে বিশ্বকাপ আয়োজন কৰিব ছৌদী আৰবেও৷ ২০২২ চনত কাটাৰত অনুষ্ঠিত হৈছিল বিশ্বকাপ৷ ২০৩৪ চনত মধ্যপ্ৰাচ্যৰতেই আকৌ অনুষ্ঠিত হ’ব বিশ্বকাপ৷

২০২৩ চনত ফিফাই জনাইছিল যে ২০৩৪ৰ বিশ্বকাপ হ’ব এছিয়া বা ওছেনিয়াত৷ ফিফাৰ এই ঘোষণাৰ পাছতেই আগ্ৰহ প্ৰকাশ কৰে অষ্ট্ৰেলিয়াইয়ো৷ ছৌদী আৰৱত বিশ্বকাপ আয়োজনৰ কথা ঘোষণা হোৱাৰ পাছতেই আৰম্ভ হৈছে একাধিক বিতৰ্কৰো৷ মানৱাধিকাৰ লঙ্ঘনৰ বাবে সকলোৰে ওচৰত নিন্দিত ছৌদি আৰৱ৷ কিন্তু এই বিতৰ্ক দূৰলৈ থেলি ছৌদি সাজু হৈছে বিশ্বকাপ আয়োজনৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
Next Post
ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.