• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

2 years ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

37 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

48 minutes ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

59 minutes ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

2 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

2 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

4 hours ago
বৈপৰীত্য

বৈপৰীত্য

5 hours ago
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

6 hours ago
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

7 hours ago
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

8 hours ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?

editor by editor
December 12, 2024
in জীৱনশৈলী
0
ভিক্ষা কৰি কোটি কোটি টকাৰ সম্পত্তি, দৈনিক ইনকাম শুনিলে বিচূৰ্তি খাব আপুনি! বিশ্বৰ ধনী ভিখাৰীৰ তালিকাত কোন এই ভাৰতীয় ভিখাৰী?
0
SHARES
335
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অইন ৫জন ভিখাৰীৰ দৰেই তেওঁ বাটি পাতি ভিক্ষা খোজে৷ নিয়মিত এটা স্থানত বাটি লৈ তেওঁ বহে৷ কিন্তু অইন ৫ভিখাৰীৰ দৰে বহিলেও তেওঁৰ কিছু বিশেষত্ব আছে৷ ভিক্ষা কৰিয়েই মাহিলী তেওঁ ৬০ৰ পৰা ৭৫ হাজাৰ টকা আয় কৰে৷ কেৱল সেয়াই নহয় আছে বহু কোটি কোটি টকাৰ সম্পত্তিও৷ ভিখাৰীৰ ইমান সম্পত্তি দেখি লাজ পাব আপুনিও৷

ভিখাৰীৰ সৈতে কোটিপতি শব্দটো আচহুৱা যেন নিশ্চয় লাগে৷ কিন্তু উপায় নাই পেছাক সন্মান দিয়েই আমি তেওঁক ভিখাৰী বুলি ক’বলৈ বাধ্য৷ শব্দৰ পৰিভাষা সলনি কৰা এই ব্যক্তি ভিখাৰী পেছাৰে এজন অতি ধনবান ব্যক্তি৷ ভাৰতৰেই এই ধনী ভিখাৰীৰ নাম হৈছে ভৰত জৈন৷ ভিক্ষাবৃত্তি কৰি ধনকুবেৰ ভৰত জৈন বিশ্বৰ সকলোতকৈ ধনী ভিখাৰী হিচাপে এতিয়া পৰিগণিত হৈছে৷ মুম্বাই চহৰৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছলৈ গ’লেই তেওঁক ভিক্ষা কৰি থকা দেখা যায়৷ কেতিয়াবা কেতিয়াবা তেওঁ গুচি আহে আজাদ ময়দানলৈকো৷ বৰ্তমান ভৰতৰ ১বা ২ কোটি নহয় প্ৰায় ৭ কোটিৰ সম্পত্তি আছে৷ সেই সম্পদৰ তালিকাত কি নাই? কোটি টকাৰ ওপৰিও আছে ২টাকৈ বিলাসী ফ্লেট৷ আৰৱ সাগৰৰ তীৰত মহাৰাষ্ট্ৰৰ থানে এলেকাত আছে দুখন ডাঙৰ দোকান৷

অৱশ্যে ভৰতৰ জীৱনৰ আৰম্ভণিটো ইমান মসৃণ নাছিল৷ সোণৰ চামুছ মুখত লৈ জন্ম হোৱা নাই ভৰত৷ সৰুৰে পৰা কোনোমতে ভাত এমুঠি পালেও মূৰৰ ওপৰত নাছিল কোনো ছাদ৷ অৰ্থৰ বাবে পঢ়াশুনাও কৰিব নোৱাৰিলে ভৰতে৷ তাৰপাছতেই পেছা হিচাপে বাচি লয় ভীক্ষাবৃত্তি৷ প্রথমে লাজ লাগিছিল যদিও পাছলৈ সেয়া সহজ হৈ পৰিল৷ যিদিনা যি ভিক্ষা পাইছিল তাৰ অৰ্ধেক ধন সঞ্চয় কৰিছিল৷ এনেকৈয়ে ধীৰে ধীৰে জমাবলৈ আৰম্ভ কৰে ধন৷ সঞ্চিত ভিক্ষাৰ অৰ্থৰেই কিনিছে দুখন দোকান৷ ভাড়াৰ বাবদ সেই দোকানসমূহৰ পৰা আহে মাহিলী ৩০ হাজাৰ টকা৷

মুম্বাইৰ পেৰেল এলেকাত থাকে এই ভিখাৰীজন৷ টকাৰ বাবে নিজে পঢ়াশুনা নকৰিলেও দুই সন্তানক নামী স্কুলত পঢ়াইছে৷ পৰিয়ালৰ অন্য সদস্যসকলে দোকানত কাম কৰে৷ কিন্তু এতিয়া পৰিপূৰ্ণ জীৱন হ’লেও ভিক্ষা পেছাক এৰিব পৰা নাই কোটিপতি ভিখাৰীয়ে৷ ভিক্ষা যে এতিয়া দেশত লাভজনক পেছা সেই কথাৰেই প্ৰমাণ দিছে ভীখাৰি ভৰতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 27, 2026
আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি
জীৱনশৈলী

আজি এই দুই ৰাশিৰ বাঢ়িব সুখ-শান্তি

September 27, 2026
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
Next Post
লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.