• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

2 years ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

28 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

1 hour ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

4 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

editor by editor
June 18, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

অসমৰ মন্ত্ৰী সভাৰ আজি ১৮ জুন তাৰিখে কিছু সালসলনি কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে আজি অসম মন্ত্ৰীসভাৰ কেইটামান বিভাগৰ সাল সলনি কৰা হয়।

সেই অনুসৰি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কেশৱ মহন্তৰ হাতৰ পৰা সেই দায়িত্ব কৰ্তন কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ আনে। এতিয়াৰ পৰা স্বাস্থ্য বিভাগ চোৱাচিতা কৰিব মুখ্যমন্ত্ৰীয়ে নিজেই। অৱশ্যে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেও কেইবাবাৰো স্বাস্থ্যমন্ত্ৰী হিচাপে ভাল কাম কৰি থৈছে হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ উপৰিও অন্য কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিছে। বৰ্তমান মুখ্যমন্ত্ৰী শৰ্মাৰ হাতত আছে গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস, সংস্কৃতিৰ উপৰিও মন্ত্ৰীক বিতৰণ নকৰা অন্যান্য বিভাগসমূহ।

আনহাতে কেশৱ মহন্তৰ পৰা স্বাস্থ্য আনিলেও তেওঁক অন্য বিভাগ অৰ্পন কৰা হৈছে – কেশৱ মহন্তৰ হাতত এতিয়াৰ পৰা পৰিবহণ, আৱকাৰী, মীন, বিজ্ঞান-প্ৰযুক্তি- জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগ থাকিব।

উল্লেখ্য যে, পূৰ্বে পৰিবহণ, আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব আছিল পৰিমল শুক্লবৈদ্যৰ। পাছে এইবাৰ লোকসভা নিৰ্বাচনত শিলচৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ সংসদলৈ যোৱাৰ পাছত তেখেতৰ বিভাগৰ দায়িত্ব সমূহ কেশৱ মহন্তৰ হাতত অৰ্পন কৰা হয়। আনহাতে পৰিমল শুক্লবৈদ্যই সংসদৰ নিয়ম অনুসাৰে অসম মন্ত্ৰীসভাৰ লগতে অসম বিধানসভাৰ পৰাও পদত্যাগ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetassam governmentAssam Ministerhealth ministerhimanta biswa sarmakeshab mahanta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ', ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

আহাৰ মাহত মংগল গ্ৰহ যাব ভৰণী নক্ষত্ৰলৈ, কেইটামান ৰাশিৰ ক্ষেত্ৰত হ’ব বিশেষ লাভ, বহু দিশৰ পৰা আহিব অৰ্থ-সন্মান

আহাৰ মাহত মংগল গ্ৰহ যাব ভৰণী নক্ষত্ৰলৈ, কেইটামান ৰাশিৰ ক্ষেত্ৰত হ'ব বিশেষ লাভ, বহু দিশৰ পৰা আহিব অৰ্থ-সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.