• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
dispur fly over

দিপাৱলীত মহানগৰবাসীলৈ ৰাজ্য চৰকাৰৰ উপহাৰ, দীপাৱলীৰ দিনাই শুভাৰম্ভণি কৰিব দিছপুৰৰ উৰণ সেতুৰ

5 years ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

26 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

1 hour ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

3 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

4 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

7 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

7 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

8 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

9 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

9 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

দিপাৱলীত মহানগৰবাসীলৈ ৰাজ্য চৰকাৰৰ উপহাৰ, দীপাৱলীৰ দিনাই শুভাৰম্ভণি কৰিব দিছপুৰৰ উৰণ সেতুৰ

editor by editor
October 20, 2021
in অসম, গুৱাহাটী
0
dispur fly over
0
SHARES
35
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মহানগৰবাসীৰ বাবে এটা সুখবৰ৷ সম্পূৰ্ণ হৈ উঠিছে দিছপুৰৰ উৰণ সেতু৷ দীপাৱলীৰ দিনাই শুভাৰম্ভণি হ’ব এই উৰণ সেতুৰ৷ দিনে-নিশাই ব্যস্ত হৈ পৰিছে শ্ৰমিকসকল৷ ২০১৯ চনৰ ৮ ডিচেম্বৰ তাৰিখে আধাৰশিলা স্থাপন হোৱা দিছপুৰ উৰণ সেতুৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ৷ ৯৫ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে এই উৰণ সেতুৰ৷ মহানগৰবাসীক যান-জঁটৰ পৰা সকাহ দিবলৈ ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰিলে এই উৰণ সেতু৷ ১২০৫ মিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ সেতুৱে আকৰ্ষণ কৰিব মহানগৰবাসীক৷ t type আৰ্হিৰে নিৰ্মিত হৈছে এই উৰণ সেতু৷ উৰণ সেতুৰ তলত থাকিব পাৰ্কিঙৰ সুব্যৱস্থা৷ প্ৰায় ১৮টা মাহতে সম্পূৰ্ণ হৈ উঠা এই উৰণ সেতু নিৰ্মাণকাৰ্যৰ শেষ পৰশত ব্যস্ত হৈছে শ্ৰমিকসকল৷ অতি আকৰ্ষণীয়ভাৱে উৰণ সেতুৰ দুয়োকাষে অংকন কৰা হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক চিহ্নসমূহ৷ তদুপৰি নান্দনিক দৃশ্য অংকন কৰি সৌন্দৰ্য বৰ্ধন কৰা হৈছে এই নৱনিৰ্মিত উৰণ সেতুত৷ অহা ৪ নৱেম্বৰ তাৰিখে শুভাৰম্ভণিৰ পূৰ্ণ সম্ভাৱনা৷ অন্ত পৰিব মহানগৰবাসীৰ অপেক্ষাৰ৷ প্ৰায় ১২৭ কোটি ২২ লাখ টকা ব্যয়ৰে নিৰ্মাণ হৈছে এই উৰণ সেতু৷ ৰাজধানী চহৰ গুৱাহাটীত যান-জঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষভাৱে এই উৰণ সেতু নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ জি এছ ৰোডৰ পল্টনবজাৰৰ দিশৰ পৰা খানাপাৰা অভিমুখে যাতায়াত কৰা যাত্ৰীসকলে এই উৰণ সেতুৰ ওপৰেৰে অতি সহজে যাতায়াত কৰিবলৈ পাৰিব৷ ইয়াৰ উপৰি দিছপুৰ লাষ্টগে’টৰ পৰা পল্টন বজাৰ-গণেশগুৰি অভিমুখে অহা যাত্ৰীসকলে অতি সহজে নিজৰ বাহন লৈ যাতায়াত কৰিব পাৰিব৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাৰে অতি কম দিনৰ ভিতৰতে এনেদৰে নিৰ্মাণ হৈ উঠিছে এই উৰণ সেতু৷ বৰ্তমানপৰ্যন্ত ৰাজ্য চৰকাৰে এই উৰণ সেতুৰ নামকৰণ কৰা নাই যদিও অতি শীঘ্ৰে এই উৰণ সেতু ৰাজ্য চৰকাৰে কাৰ নামত উৎসৰ্গিত কৰিব ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ আন যিয়েই নহওক অতি কম দিনৰ ভিতৰতে এনেধৰণে আকৰ্ষণীয়ভাৱে উৰণ সেতু নিৰ্মাণ কৰি মহানগৰবাসীক অহা দীপাৱলীত উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰকে ধৰি উৰণ সেতু নিৰ্মাণকাৰী সংস্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dispur fly overhimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
quran

২০০ কেজি সোণেৰে নিৰ্মাণ বিশ্বৰ সৰ্ববৃহৎ কোৰাণ, কোৰাণ নিৰ্মাণ কৰা প্ৰক্ৰিয়াত নিয়োজিত হৈ আছে ২০০ জন কৰ্মী

মৰিয়নিত বলিছে নিৰ্বাচনী বতাহ, বিজেপি নেতা-মন্ত্ৰী-বিধায়কৰ ভিৰ মৰিয়নিত

মৰিয়নিত বলিছে নিৰ্বাচনী বতাহ, বিজেপি নেতা-মন্ত্ৰী-বিধায়কৰ ভিৰ মৰিয়নিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.