প্ৰসূতিৰ মৃত্যুত অসম প্ৰথম, শিশুৰ মৃত্যুত অসম দ্বিতীয়। অনুন্নয়নৰ ফালৰ পৰাও প্ৰথম স্থানত অসম। এয়াই চৰকাৰৰ কৰ্মৰ নমুনা। কৈছিল No.1 হ’ব…হ’লগৈ No. 30।