• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

1 year ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

20 minutes ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

42 minutes ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

1 hour ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

3 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

4 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

4 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

22 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

23 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

23 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

24 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

editor by editor
November 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

মৰাণৰ দুই প্ৰেমিক যুগলৰ মেঘালয়ৰ মেঘালয়ৰ ৰি-ভৈ জিলাৰ ছাংবাংলাত গুৱাহাটী-শ্বিলং সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দূৰ্ঘটনাত শোকাৱহ মৃত্যু । ফুৰিবলৈ বুলি গৈ উভতি নহা বাটেৰে গলগৈ দুই প্ৰেমিক-প্ৰেমিকা।

কালি ৩ নৱেম্বৰ তাৰিখে সংঘটিত হয় এই দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ভাড়া বাইকেৰে শ্বিলঙলৈ ফুৰিবলৈ গৈ থকা অৱস্থাতে নাংপোত ট্ৰাকৰ সৈতে সংঘৰ্ষত থিতাতে নিহত হয় দুয়ো যুৱক-যুৱতী।

মেঘালয়ৰ নাংপোত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি ল’লে মৰাণৰ দুই প্ৰেমিক যুগলে৷ গুৱাহাটীৰ পৰা ভাড়া কৰা AS-01-FF-3367 নম্বৰৰ এখন ৰয়েল এনফিল্ড হিমালয়ান বাইকেৰে শ্বিলঙলৈ ফুৰিবলৈ গৈ থকা অৱস্থাতে নাংপোত দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয় মৰাণৰ টেঙাদলঙৰ ২৩ বৰ্ষীয় নিলোৎপল দূৱৰী আৰু মৰাণ জ্যোতিপুৰৰ ২১ বৰ্ষীয় গাৰ্গী চুতীয়া ৷

দুয়োৰে মাজত থকা প্ৰেমক দুয়োটা পৰিয়ালে স্বীকৃতিও দিছিল বুলি জানিব পৰা গৈছে ৷ তাৰ মাজতে দুয়ো ফুৰিবলৈ গৈছিল শ্বিলঙলৈ ৷ কিন্তু সেই যাত্ৰাই আছিল দুয়োৰে বাবে শেষ যাত্ৰা ৷

এই খৱৰ বিয়পি পৰাৰ পাছতে মৰাণত গভীৰ শোকৰ ছাঁ পৰিছে ৷ উল্লেখযোগ্য যে মৰাণ জ্যোতিপুৰৰ নিবাসী পশু চিকিৎসক জনক চুতীয়াৰ কন্যা গাৰ্গী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল ৷

আনপহাতে মৰাণৰে টেঙাদলঙৰ নিবাসী দেৱেশ্বৰ দুৱৰীৰ পুত্ৰ নিলোৎপলৰ সৈতে আছিল গাৰ্গীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, একেলগে শোকাৱহ মৃত্যুক সাৱটি ল’লে প্ৰেমিকযুগলে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentassamMoranroad accidentShillong Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
Next Post
কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

ৰাহুল গান্ধীৰ বিৰুদ্ধে গিৰিৰাজ সিঙৰ ডাঙৰ অভিযোগ- ‘গৃহযুদ্ধ কৰাব বিচাৰে ৰাহুলে’

ৰাহুল গান্ধীৰ বিৰুদ্ধে গিৰিৰাজ সিঙৰ ডাঙৰ অভিযোগ- 'গৃহযুদ্ধ কৰাব বিচাৰে ৰাহুলে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.