• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

2 years ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

1 hour ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

2 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

2 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

3 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

4 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

18 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

18 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

19 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

19 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

20 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

21 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

editor by editor
November 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

মৰাণৰ দুই প্ৰেমিক যুগলৰ মেঘালয়ৰ মেঘালয়ৰ ৰি-ভৈ জিলাৰ ছাংবাংলাত গুৱাহাটী-শ্বিলং সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দূৰ্ঘটনাত শোকাৱহ মৃত্যু । ফুৰিবলৈ বুলি গৈ উভতি নহা বাটেৰে গলগৈ দুই প্ৰেমিক-প্ৰেমিকা।

কালি ৩ নৱেম্বৰ তাৰিখে সংঘটিত হয় এই দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ভাড়া বাইকেৰে শ্বিলঙলৈ ফুৰিবলৈ গৈ থকা অৱস্থাতে নাংপোত ট্ৰাকৰ সৈতে সংঘৰ্ষত থিতাতে নিহত হয় দুয়ো যুৱক-যুৱতী।

মেঘালয়ৰ নাংপোত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি ল’লে মৰাণৰ দুই প্ৰেমিক যুগলে৷ গুৱাহাটীৰ পৰা ভাড়া কৰা AS-01-FF-3367 নম্বৰৰ এখন ৰয়েল এনফিল্ড হিমালয়ান বাইকেৰে শ্বিলঙলৈ ফুৰিবলৈ গৈ থকা অৱস্থাতে নাংপোত দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয় মৰাণৰ টেঙাদলঙৰ ২৩ বৰ্ষীয় নিলোৎপল দূৱৰী আৰু মৰাণ জ্যোতিপুৰৰ ২১ বৰ্ষীয় গাৰ্গী চুতীয়া ৷

দুয়োৰে মাজত থকা প্ৰেমক দুয়োটা পৰিয়ালে স্বীকৃতিও দিছিল বুলি জানিব পৰা গৈছে ৷ তাৰ মাজতে দুয়ো ফুৰিবলৈ গৈছিল শ্বিলঙলৈ ৷ কিন্তু সেই যাত্ৰাই আছিল দুয়োৰে বাবে শেষ যাত্ৰা ৷

এই খৱৰ বিয়পি পৰাৰ পাছতে মৰাণত গভীৰ শোকৰ ছাঁ পৰিছে ৷ উল্লেখযোগ্য যে মৰাণ জ্যোতিপুৰৰ নিবাসী পশু চিকিৎসক জনক চুতীয়াৰ কন্যা গাৰ্গী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল ৷

আনপহাতে মৰাণৰে টেঙাদলঙৰ নিবাসী দেৱেশ্বৰ দুৱৰীৰ পুত্ৰ নিলোৎপলৰ সৈতে আছিল গাৰ্গীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক ৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, একেলগে শোকাৱহ মৃত্যুক সাৱটি ল’লে প্ৰেমিকযুগলে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentassamMoranroad accidentShillong Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Next Post
কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

ৰাহুল গান্ধীৰ বিৰুদ্ধে গিৰিৰাজ সিঙৰ ডাঙৰ অভিযোগ- ‘গৃহযুদ্ধ কৰাব বিচাৰে ৰাহুলে’

ৰাহুল গান্ধীৰ বিৰুদ্ধে গিৰিৰাজ সিঙৰ ডাঙৰ অভিযোগ- 'গৃহযুদ্ধ কৰাব বিচাৰে ৰাহুলে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.