• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

2 years ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

28 minutes ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

2 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

2 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

3 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

4 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

4 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

7 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

9 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

9 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

editor by editor
November 4, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা
0
SHARES
345
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ নহায়-খায়ৰ পৰা ষঠ পূজাৰ আৰম্ভ, এই ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা

কাতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখৰ পৰা ষঠ পূজা আৰম্ভ হয় আৰু এইবাৰ ২০২৪ বৰ্ষত ৫ নৱেম্বৰৰ পৰা নহায়-খায়ৰ সৈতে ছঠ পূজা আৰম্ভ হব। ষঠ পূজাৰ সময়ত ৩৬ ঘণ্টীয়া নিৰ্জলা ব্ৰত পালন কৰা হয়, ই অন্যতম কঠিন ব্ৰত বুলি ধৰা হয়।

ছঠ পূজা হৈছে সূৰ্য্য দেৱতাৰ পূজাৰ বাবে উৎসৰ্গিত হিন্দুসকলৰ এক শ্ৰদ্ধাৰ উৎসৱ। বিশেষকৈ ভাৰত আৰু নেপালত এই পূজা উদযাপন কৰা হয়। এই উৎসৱ চাৰিদিন ধৰি চলে, প্ৰতিটো দিনৰ নিজস্ব সুকীয়া আচাৰ-ব্যৱহাৰ।

ইয়াৰ ভিতৰত পবিত্ৰ স্নান, উপবাস, অস্ত আৰু উদয় সূৰ্য্যলৈ প্ৰাৰ্থনা কৰা আৰু প্ৰসাদ বিতৰণ কৰা আদি অন্যতম। ষঠ পূজা কেৱল ধৰ্মীয় উৎসৱ নহয়, সংস্কৃতি আৰু সমাজৰ উদযাপন। ই পাৰিবাৰিক বন্ধন মজবুত কৰে আৰু ঐক্যৰ প্ৰসাৰ ঘটায়।

সূৰ্য্য ষষ্ঠী নামেৰেও পৰিচিত চাৰিদিনীয়া এই উৎসৱত ভগৱান সূৰ্য আৰু ষষ্ঠী মাতাক পূজা কৰা হয়। সূৰ্য্য ঈশ্বৰক পৃথিৱীত জীৱনৰ উৎস হিচাপে গণ্য কৰা হয় আৰু এই উৎসৱত তেওঁক জীৱন, সমৃদ্ধি আৰু সুখ বজাই ৰখাৰ বাবে ধন্যবাদ জনোৱাৰ এক উপায়। পৰিয়ালৰ মংগল আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি আৰু মন, দেহ আৰু আত্মাক শুদ্ধ কৰাৰ উদ্দেশ্যে ষঠ পূজা পালন কৰা হয়।

এইবাৰৰ ষঠ পূজাৰ দিন-
৫ নৱেম্বৰ (মঙলবাৰ): নহায খায়
৬ নৱেম্বৰ (বুধবাৰ): খাৰনা
৭ নৱেম্বৰ (বৃহস্পতিবাৰ): সন্ধিয়া অৰ্ঘ্য (অস্তগামী সূৰ্য্যক প্ৰসাদ)
৮ নৱেম্বৰ (শুকুৰবাৰ): পুৱাৰ অৰ্ঘ্য (উদয় সূৰ্য্যক নৈবেদ্য)

পাছে ৬ বিধ সামগ্ৰী অবিহনে আধৰুৱা হৈ ৰব ষঠ পূজা। অতিকে প্ৰয়োজনীয় এই ৬ বিধ সামগ্ৰী হৈছে-

নাৰিকল- ষঠ পূজাৰ সময়ত ভক্তসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে নাৰিকল আগবঢ়ায় ৷ হিন্দু ধৰ্মত নাৰিকল অতি পবিত্ৰ বুলি মান্যতা আছে ৷ নাৰিকল সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷

কল- কলক ভগৱান বিষ্ণুৰ প্ৰিয় ফল বুলি গণ্য কৰা হয় ৷ ষঠ পূজাত কল আগবঢ়াই ভগৱান সূৰ্য আৰু ষষ্ঠী মাতাৰ আশীৰ্বাদ লাভ কৰে ৷

কুঁহিয়াৰ- ষঠ পূজাত কুঁহিয়াৰ আগবঢ়োৱাৰো বিশেষ তাৎপৰ্য আছে ৷ বিশ্বাস অনুসৰি ষঠ পূজাৰ দিনা এই ফল অৰ্পণ কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় বুলি মান্যতা আছে ৷

শিঙৰি বা পানী শিঙৰা- এই পূজাত ষঠী মাতাক পানী শিঙৰি আগবঢ়োৱা হয় ৷ এই সময়ত শিঙৰি প্ৰচুৰ পৰিমাণে পোৱা যায়, মাতৃ দেৱীক অৰ্পণ কৰিলে পৰিয়ালৰ মাজত সুখ-সমৃদ্ধি বৰ্তি থাকে বুলি বিশ্বাস ৷

নেমু- নেমুক টেঙা ফল হিচাপে গণ্য কৰা হয় ৷ ইয়াক আগবঢ়ালে ষঠ পূজাৰ গুৰুত্ব আৰু বাঢ়ি যায় ৷

তামোল- ষঠ পূজাত তামোল আগবঢ়োৱাৰ বিশেষ তাৎপৰ্য আছে ৷ তামোলক হিন্দু ধৰ্মত সুখ, সমৃদ্ধি, সৌভাগ্য আৰু ধন-সম্পত্তিৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ ষঠ পূজাৰ সময়ত তামোল অৰ্পণ কৰি ভগৱান সূৰ্য আৰু ষষ্ঠী মাতাৰ আশীৰ্বাদ পোৱা যায় ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5 Novemberchath pujaChath Puja 2024Chathi Maiya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!
অপৰাধ

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

June 30, 2026
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

June 30, 2026
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ
ভাৰত

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

June 30, 2026
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

June 30, 2026
Next Post
ৰাহুল গান্ধীৰ বিৰুদ্ধে গিৰিৰাজ সিঙৰ ডাঙৰ অভিযোগ- ‘গৃহযুদ্ধ কৰাব বিচাৰে ৰাহুলে’

ৰাহুল গান্ধীৰ বিৰুদ্ধে গিৰিৰাজ সিঙৰ ডাঙৰ অভিযোগ- 'গৃহযুদ্ধ কৰাব বিচাৰে ৰাহুলে'

বৃহস্পতি আৰু শুক্ৰৰ ৰাশি পৰিবৰ্তন ৰাজযোগে ৩ ৰাশিৰ বাম্পাৰ লাভ, চাকৰি-ব্যৱসায়ত বহু উন্নতি

বৃহস্পতি আৰু শুক্ৰৰ ৰাশি পৰিবৰ্তন ৰাজযোগে ৩ ৰাশিৰ বাম্পাৰ লাভ, চাকৰি-ব্যৱসায়ত বহু উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.