• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনেশ ফোগাতৰ দৰে যাতে নহয়, মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অসম কন্যাই আঁজুৰি আনিলে ব্ৰঞ্জ

বিনেশ ফোগাতৰ দৰে যাতে নহয়, মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অসম কন্যাই আঁজুৰি আনিলে ব্ৰঞ্জ

2 years ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

47 minutes ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

2 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

4 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

5 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

8 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

8 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

9 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

10 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিনেশ ফোগাতৰ দৰে যাতে নহয়, মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অসম কন্যাই আঁজুৰি আনিলে ব্ৰঞ্জ

editor by editor
August 16, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া
0
বিনেশ ফোগাতৰ দৰে যাতে নহয়, মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অসম কন্যাই আঁজুৰি আনিলে ব্ৰঞ্জ
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিনেশ ফোগাতৰ দৰে যাতে নহয়, মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অসম কন্যাই আঁজুৰি আনিলে ব্ৰঞ্জ

সমগ্ৰ বিশ্বই দেখিলে অলিম্পিকত বিনেশৰ সৈতে কি ঘটিল। এক নিৰ্দিষ্ট ওজন শাখাত খেলিবলৈ বুলি নামি মাত্ৰ ১০০ গ্ৰাম ওজনৰ বাবেই ফাইনেল খেলৰ পৰা বঞ্চিত হৈছিল বিনেশ ফোগাত। সেয়ে সকলো খেলুৱৈয়ে নিজ নিজ ওজনক লৈ বহু সতৰ্ক হৈ থকা দেখা যায়।

অসমৰো এগৰাকী কন্যাই নিজৰ ওজনৰ কথা ভাবিয়ে মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অংশ লৈ আঁজুৰি আনিলে ব্ৰঞ্জ পদক। তাকো সেই কন্যা কোনো কিশোৰী বা যুৱতী নহয়, মাথো ১০ বছৰীয়া কনমানি। যি নিজৰ খেলক লৈ বহুতেই সতৰ্ক।

এমাহত মাত্ৰ ১২চামুচ ভাত খাই খেলো ইণ্ডিয়াত (KHELO INDIA) সমৰ কলাত অসমৰ লগতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে নগাঁও জিলাৰ ১০বছৰীয়া খেলুৱৈ অন্সি প্ৰিয়ম আহমেদে।

খেলত যাতে দেহৰ ওজন বৃদ্ধি পাই সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে এমাহত মাত্ৰ ১২চামুচ ভাত খাই অসমৰ লগতে কলিয়াবৰলৈ সমৰ কলাত ব্ৰঞ্জ মেডেল লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে জখলাবন্ধাৰ নিবাসী ৰাজী‌ৱ আহমেদ আৰু অনামিকা ভড়ালীৰ একমাত্ৰ জীয়ৰী অন্সি প্ৰিয়মে।

৪বছৰ বয়সৰ পৰাই সমৰ কলা শিকিবলৈ আৰম্ভ কৰি গুৰু বিপ্লৱ কুমাৰ শইকীয়াৰ নেতৃত্বত অসমৰ বাহিৰৰ বিভিন্ন ঠাইত সমৰ কলাৰ খেল প্ৰদৰ্শন কৰি বহু মেডেলৰ লগতে সন্মান বুটলিবলৈ সক্ষম হৈছে অন্সি প্ৰিয়মে।

সেহতীয়াভাৱে KHELO INDIA উচুত বহু কেইখন ৰাজ্যৰ মাজৰ পৰা নিৰ্বাচিনত হোৱা সকলো খেলুৱৈৰ মাজত নিজকে প্ৰতিষ্ঠা কৰি অন্সি প্ৰিয়ম আহমেদে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam. NogaonKhelo IndiaKoliaborNogaon KoliaborSamar Kala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
Next Post
সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ ভাৰতৰ ওপৰত, ইছৰোই কৰিবলৈ গৈ আছে অভিলেখ গঢ়া কাম

সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ ভাৰতৰ ওপৰত, ইছৰোই কৰিবলৈ গৈ আছে অভিলেখ গঢ়া কাম

ভাগ্যত বিশেষ সংযোগ, ৩০ দিনলৈ আনন্দ আৰু বিলাসীতাৰ জীৱন যাপন কৰিব ৩ ৰাশিৰ লোকে

ভাগ্যত বিশেষ সংযোগ, ৩০ দিনলৈ আনন্দ আৰু বিলাসীতাৰ জীৱন যাপন কৰিব ৩ ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.