• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

2 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

8 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

9 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

10 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

11 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

12 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

13 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

14 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

15 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

editor by editor
May 19, 2024
in অপৰাধ, উত্তৰ-পূব, গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত
0
কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল দুখন জিলালৈ সকাহ, অন্য সকলোতে এলাৰ্ট, আজিয়ো আহিব বৰষুণ, ধুমুহা, বতাহ, যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি বাৰণ কৰক

বিগত দুটা দিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰি আছে। ধুমুহাৰ ফলত বহু ঠাইত ঘৰ-দুৱাৰ, গছ-গছনি আদি ভাঙি পৰি বহু লোককো আহত কৰিছে।

কৰবাত যগি তীব্ৰ গতিত অহা ধুমুহা বতাহে ঘৰ-দুৱাৰ উৰুৱাই নিচে, কৰবাত আকৌ বৰষুণৰ ফলত পাহাৰ অঞ্চলত ঘৰৰ ভেটি খহিছে।

কিন্তু তথাপি বতৰ ভাল হোৱাৰ আশা নাই। বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰি কৰা বতৰৰ বতৰা অনুসৰি আজিয়ো ৰাজ্যৰ ৩৫ জিলাৰ ৩৩ খনতেই এলাৰ্ট জাৰি কৰে কৰিছে। সেয়েহে যদি আদি দেওবাৰ বুলি কৰবাত যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে বাৰণ কৰক।

পুনৰ আজি ৰাজ্যৰ ৩৩খনকৈ জিলাত ইয়েল্ল’ এলাৰ্ট (Yellow Alert) জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দেওবাৰে Yellow Alert জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকনি, ধুমুহা আৰু ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত বহাত আহিব বুলি সদৰি।

বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি ৩৫ জিলাৰ ৩৩ খনতেই এলাৰ্ট। জাৰি কৰা এলাৰ্ট অনুসৰি, নামনি অসমৰ কেউখন জিলা, আৰু উজনি অসমৰ কেইখন জিলাতে ইয়েল্ল’ এলাৰ্ট। কেৱল মধ্য অসমৰ দুখন জিলাত নাই এলাৰ্ট।

এলাৰ্ট নথকা জিলা দুখন হৈছে নগাঁও আৰু মৰিগাঁও। এই দুখন জিলাৰ বাহিৰে ৰাজ্যৰ অন্য কেউখন জিলাতে এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। পাছে আজিৰ দিনটোত এই দুখন জিলাত এলাৰ্ট নাথাকিলেও কাইলৈ আৰু পৰহিলৈ সমগ্ৰ ৰাজ্যতে আছে ইয়েল্ল’ এলাৰ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam ReportrailThunderstormweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

Next Post
ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা

সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন