• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ-নিৰ্বাচন,  কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপিৰ কোন কোন…!

উপ-নিৰ্বাচন,  কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপিৰ কোন কোন…!

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

20 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

21 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

21 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

22 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

22 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

23 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উপ-নিৰ্বাচন,  কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপিৰ কোন কোন…!

editor by editor
October 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
উপ-নিৰ্বাচন,  কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপিৰ কোন কোন…!
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উপ-নিৰ্বাচন,  কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপিৰ কোন কোন…!

ৰাজ্যত উপ-নিৰ্বাচন সমাগত। অহা নৱেম্বৰ মাহৰ ১৩ তাৰিখে অসমত অনুষ্ঠিত হব উপ-নিৰ্বাচন। অসমৰ চামগুৰি, ধলাই, বঙাইগাঁও, বিহালী আৰু ছিদলী সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

সেই উদ্দেশ্যে ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে দলটোৰ প্ৰাৰ্থী তালিকা। দেওবাৰে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰিলে দলটোৰ প্ৰাৰ্থী তালিকা।

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। কিন্তু, দেওবাৰে ৪টা সমষ্টিৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম।

চামগুৰিত তানজিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন।

একেদৰে, বঙাইগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে ব্ৰজেনজিৎ সিনহাক। প্ৰাক্তন আৰক্ষী বিষয়া সিনহাই কিছুমাহপূৰ্বে যোগদান কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছত। একেদৰে, ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছে। আৰু ছিদলী সমষ্টিৰ দলীয় টিকট প্ৰদান কৰা হৈছে সঞ্জীৱ ৱাৰীক।

পাছে দেওবাৰে ঘোষণা নহ’ল বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম। বিহালী সমষ্টিত কোন হ’ব বিৰোধী দলৰ প্ৰাৰ্থী? এই বিষয়টোক লৈ অব্যাহত আছে চৰ্চা। ইতিমধ্যে, বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি ‘অসম সন্মিলিত মৰ্চা’ত সৃষ্টি হৈছে মতানৈক্য।

আনহাতে বিজেপিৰ ফালৰ পৰা ঘোষণা প্ৰাৰ্থী সকল হৈছে- চামগুৰিৰ পৰা ডিপ্লু ৰঞ্জন শৰ্মা, নিহাৰ ৰঞ্জন দাস ধলাই সমষ্টি , দিগন্ত ঘাটোৱাৰ বিহালী সমষ্টিৰ পৰা। আনহাতে বঙাইগাঁও আৰু ছিদলী সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থী দিয়া নাই, এই দুটা সমষ্টিত বিজেপিৰ মিত্ৰ দল এজিপি আৰু ইউ পি পি এলৰ পৰা প্ৰাৰ্থী দিয়া হব।

বৰ্তমানে বঙাইগাঁৱৰ পৰা এজিপিৰ নেতা ফণী ভূষণ চৌধুৰিৰ পত্নী দিপ্তীময়ী চৌধুৰীক টিকক দিয়াৰ সম্ভাৱনা। ছিদলি সমষ্টিৰ পৰা এতিয়ালৈকে কোনো ঠাৱৰ হোৱা নাই ইউ পি পি এলৰ ফালৰ পৰা ।

উল্লেখ্য যে, ২৩ নৱেম্বৰ তাৰিখে নিৰ্বাচনৰ  ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam politicsbjpBJp candudateby electionCongressCongress Candidate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
ইতিহাস ৰচিবলৈ সাজু ৰব’টিক অস্ত্ৰোপচাৰ, এতিয়া অসমতো পাব এই সুবিধা, মুখ্যমন্ত্ৰীয়ে কৰিলে সদৰি

ইতিহাস ৰচিবলৈ সাজু ৰব'টিক অস্ত্ৰোপচাৰ, এতিয়া অসমতো পাব এই সুবিধা, মুখ্যমন্ত্ৰীয়ে কৰিলে সদৰি

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা - কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.