• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 

উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 

editor by editor
July 13, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ 
0
SHARES
535
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উপ-নিৰ্বাচন- মুখ থেকেচা খাব নেকি বিজেপিয়ে, প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট, ইতিমধ্যে ৫ আসন লাভ

শনিবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে উপ নিৰ্বাচনৰ ভোটগণনা পৰ্ব। দেশৰ ৭খন ৰাজ্যৰ ১৩টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগণনা প্ৰক্ৰিয়া। বৰ্তমানলৈকে প্ৰায় গোটেইকেইখনতে আগ বাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট।

পশ্চিমবংগ, বিহাৰ , মধ্যপ্ৰদেশ , উত্তৰাখণ্ড , পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু তামিলনাডুৰ ১৩খন বিধানসভা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল কেইঘণ্টামানৰ ভিতৰতে ওলাব।

ভোটগণনা চলি থকাৰ মাজতে এই মুহূৰ্তত লাভ কৰা তথ্য অনুসৰি ৫খন আসনত জয়ী হৈছে ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী। লগতে আন ৬ আসনত ইণ্ডিয়া মৰ্চাই অগ্ৰগতি লাভ কৰি আছে। পশ্চিম বংগৰ লগতে হিমাচল প্ৰদেশত মুঠ ৫ খন আসনত জয় লাভ কৰিছে ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্থী।

পশ্চিমবংগত তৃণমুল কংগ্ৰেছৰ ৩ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। ৰায়গঞ্জ, দক্ষিণ ৰাণাঘাট আৰু বাগডা আসন তৃণমুল কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে হিমাচল প্ৰদেশৰ ২ খন আসনত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।

দুপৰীয়া ১ বজালৈ গণনা কৰা ফলাফল অনুসৰি বৰ্তমানলৈ বিজেপিয়ে কেৱল এখন আসনত জয় লাভ কৰিছে। হিমাচল প্ৰদেশৰ হমীৰপুৰ আসন লাভ কৰিছে বিজেপিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionelectionIndian Electionvote countingVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম...

শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’

শিহৰণকাৰী ভিডিঅ', নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে...আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.