• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’

শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’

2 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

2 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

2 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

3 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

3 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

4 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

4 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

6 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

7 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

7 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

8 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’

editor by editor
July 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’
0
SHARES
8.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’

গাৰ নোম শিয়ৰি উঠা এটা ভিডিঅ’ । মঞ্চত এগৰাকী শিল্পীয়ে কৰা এক কাৰ্যই এতিয়া খলকনি তুলিছে। ঘটনাৰ পাছতে আৰক্ষীয়ে এতিয়া শিল্পীগৰাকীক আটক কৰিছে। নৃত্য পৰিৱেশনৰ সময়তে এগৰাকী শিল্পীয়ে কৰিলে আচৰিত ঘটনা।

মঞ্চৰ ওপৰতে নৃত্যৰ মাজতে এটা কুকুৰা জীয়াই জীয়াই দাঁতেৰে কামুৰি মাৰি পেলাই নৃত্য শিল্পীগৰাকীয়ে। অন্ধ্ৰ প্ৰদেশত নৃত্য প্ৰদৰ্শনৰ সময়ত এজন নৃত্যশিল্পীয়ে কুকুৰাৰ মূৰটো দাঁতেৰে কামুৰি মাৰি হত্যা কৰে। তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (পেটা) ইণ্ডিয়াৰ অভিযোগৰ ভিত্তিত ৰাজ্যখনৰ অনকাপল্লী জিলাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

এগৰাকী নৃত্যশিল্পীয়ে নৃত্য প্ৰদৰ্শনৰ সময়ত কুকুৰাৰ মূৰটো দাঁতেৰে কামুৰি মাৰি হত্যা কৰে। এই ঘটনাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতে পেটা ইণ্ডিয়াই আৰক্ষীৰ উচ্চপদস্থ বিষয়াক সাক্ষাৎ কৰি নৃত্যশিল্পীগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) আৰু জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন (পিচিএ) আইন, ১৯৬০ৰ প্ৰাসংগিক ধাৰাত শিল্পী আৰু আয়োজকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।

পেটাই কয় যে নৃত্য প্ৰদৰ্শনৰ সময়ত দৰ্শকৰ মাজত শিশু সকলো আছিল, যিয়ে এই দৃশ্য চাই শিয়ৰি উঠে। মনোৰঞ্জনৰ নামত ছ’চিয়েল মিডিয়াতো পোষ্ট কৰা হৈছিল সেই ভিডিঅ’।

https://youtu.be/RmSkx9_GEJo?feature=shared

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: andhra pradeshChiken DanceDancerindiaPolice Caseviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
Next Post
বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

বিশেষ হ'ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

শোকাৱহ দুৰ্ঘটনা, পত্নীক চিকিৎসাৰ বাবে নিয়াৰ সময়তে এম্বুলেঞ্চ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৬ লোকে

শোকাৱহ দুৰ্ঘটনা, পত্নীক চিকিৎসাৰ বাবে নিয়াৰ সময়তে এম্বুলেঞ্চ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৬ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.