• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

2 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

4 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

4 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

14 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

14 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

15 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

15 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

editor by editor
July 13, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

১৮৯৬ চনৰ পৰা আৰম্ভ হৈছিল ক্ৰীড়াৰ ভিতৰতে সবাতোকৈ ডাঙৰ মহাৰণৰ। এইবাৰ ২৬ জুলাই শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ৩৩ সংখ্যক গ্ৰীষ্মকালীন অলিম্পিক। এইবাৰৰ অলিম্পিকত বহু নতুন কথা দেখিবলৈ পোৱা যাব। এইবাৰৰ অলিম্পিকক বিশেষ কৰি তোলাৰ বাবে ১০ বছৰ পূৰ্বে পেৰিছে প্ৰস্তুতি আৰম্ভ কৰিছিল। ২৬ জুলাই শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক। ইয়াৰ অন্ত পৰিব ১১ আগষ্টত।

২০২৪ চনৰ পেৰিছ অলিম্পিক বিশেষ হোৱাই নহয়, ইয়াৰ মুকলি অনুষ্ঠানো অতি বিশেষ হ’ব। নদীৰ ওপৰত অনুষ্ঠিত হ’ব ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ মুকলি সভা। এই মুকলি অনুষ্ঠান চেৰী নদীত অনুষ্ঠিত হ’ব, হাজাৰ হাজাৰ খেলুৱৈয়ে নাৱেৰে নদীখন পাৰ হৈ আইফেল টাৱাৰৰ ফালে যাব।

পূৰ্বে মুকলি সভা এখন বিশাল খেলপথাৰত অনুষ্ঠিত হৈছিল যদিও প্ৰথমবাৰৰ বাবে নদীৰ ওপৰত মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ প্ৰতীকটোও একেবাৰে ভিন্ন। তাৰোপৰি এইবাৰৰ পদকো হব বিশেষ।

এইবাৰৰ পদকৰ ডিজাইনেই কেৱল কল্পনাতীত নহয়, প্ৰতিটো পদকত আইফেল টাৱাৰ লোহা ব্যৱহাৰ কৰা হৈছে। এই পদকৰ ডিজাইনত ফ্ৰান্সৰ মনোভাৱ প্ৰতিফলিত হ’ব। স্বৰ্ণ পদকৰ ওজন ৫২৯ গ্ৰাম, ৰূপৰ পদকৰ ওজন ৫২৫ গ্ৰাম আৰু ব্ৰঞ্জৰ পদকৰ ওজন হ’ব ৪৫৫ গ্ৰাম।

পেৰিছ অলিম্পিক সবাতোকৈ বিশেষ এইকাৰণেই যে, এইবাৰ চাৰিবিধ নতুন খেল তথা ক্ৰীড়া সংযোজন কৰা হৈছে। এইবাৰ ব্ৰেকডান্সিঙে অলিম্পিকত অভিষেক ঘটাব। এইবাৰ স্কেটবৰ্ডিং, চাৰ্ফিং আৰু স্প’ৰ্টছ ক্লাইম্বিংকো অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে এইবাৰ কিছুমান খেল অলিম্পিকৰ অংশ নহ’বও পাৰে।

কাৰাটে, বেছবল আৰু চফটবলৰ দৰে খেলসমূহ টকিঅ’ অলিম্পিকৰ অংশ আছিল যদিও এইবাৰ সেইবোৰ আঁতৰাই পেলোৱা হৈছে। উল্লেখ্য যে, পেৰিছ অলিম্পিকত অন্তৰ্ভুক্ত চাৰিটা নতুন খেলত কোনো ভাৰতীয় খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিব পৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 Summer OlympicsOlympicsParis OlympicSummer Olympics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
শোকাৱহ দুৰ্ঘটনা, পত্নীক চিকিৎসাৰ বাবে নিয়াৰ সময়তে এম্বুলেঞ্চ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৬ লোকে

শোকাৱহ দুৰ্ঘটনা, পত্নীক চিকিৎসাৰ বাবে নিয়াৰ সময়তে এম্বুলেঞ্চ দুৰ্ঘটনা হৈ প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে ৬ লোকে

উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী

উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.