• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

1 year ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

1 day ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

2 days ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

editor by editor
July 13, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনন্ত-ৰাধিকাৰ বিয়াত সহশ্ৰজনৰ পুনৰ এবাৰ হৃদয় কাঢ়িলে শ্বাহৰুখে, কৰিলে এই কাম…

শুকুৰবাৰে ১২ জুলাই নিশা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট বিবাহ পাশত আৱদ্ধ হয়। গুজৰাটী ৰীতি-নীতি অনুসৰি মুম্বাইত বিবাহপাশত আৱদ্ধ হয় দম্পতীহালে। ‘লগ্না বিধি’ অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ তাৰকাসকলৰ লগতে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটিও অংশগ্ৰহণ কৰে।

জন চিনাৰ পৰা আৰম্ভ কৰি কিম কাৰ্দাছিয়ানলৈকে বহু বিখ্যাত তাৰকাই বিবাহ অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিছিল। ৰজনীকান্তৰ পৰা অমিতাভ বচ্চন, শ্বাহৰুখ খান, ছলমান খান, শচীন তেণ্ডুলকাৰ, এম এছ ধোনীকো অনন্ত-ৰাধিকাৰ বিয়াত দেখা গৈছিল।

এই বিবাহ অনুষ্ঠানৰ বহু ফটো আৰু ভিডিঅ’ বৰ্তমানে এটা এটাকৈ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে। পাছে এই সকলোবোৰৰ বিপৰীতে ইয়াৰে এটা ভিডিঅ’ৰ বিষয়ে বহুত চৰ্চিত হৈছে। সেই বিশেষ ভিডিঅটো শ্বাহৰুখ খানৰ। ভিডিঅ’টোত স্বাহৰুখে আন অতিথিসকলক উষ্ম সম্ভাষণ জনোৱা দেখা যায়।

ভিডিঅ’টোত বাদশ্বাহ খানে ৰজনীকান্ত আৰু তেওঁৰ পত্নীক সম্ভাষণ জনোৱা দেখা গৈছে। লগতে শ্বাহৰুখ খানক আদিত্য থাকৰে আৰু শচীন তেণ্ডুলকাৰৰ সৈতেও হাত মিলাই থকা দেখা যায়।

একে সময়তে অমিতাভ বচ্চনক দেখাৰ লগে লগে তেওঁৰ ভৰি চুই সেৱা কৰে। লগতে জয়া বচ্চনৰো ভৰি চুই আশীস লয়। ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেতা গৰাকীৰ এই ভিডিঅ’টো। এই ভিডিঅ’টো দেখি মানুহে শ্বাহৰুখ খানৰ বহুত প্ৰশংসা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ভাৰতৰ আটাইতকৈ নম্ৰ ব্যক্তি।” আন এজন ব্যক্তিয়ে লিখিছে, “এছ আৰ কে হৃদয়ৰ ৰজা।”

https://x.com/k0ol1/status/1812036470636433802

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ananta Ambani WeddingBollywood kingKing Khanshahrukh khanviral videoWeddingwedding video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
Next Post
শিহৰণকাৰী ভিডিঅ’, নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে…আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ’

শিহৰণকাৰী ভিডিঅ', নৃত্য পৰিৱেশনৰ সময়তে মঞ্চত এগৰাকী শিল্পীয়ে...আৰক্ষীৰ গ্ৰেপ্তাৰ, চাঁওক ভিডিঅ'

বিশেষ হ’ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

বিশেষ হ'ব এইবাৰৰ অলিম্পিক, ৪ টা নতুন খেলে পাব স্থান, পদকত থাকিব এবিধ বিশেষ লোহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন