• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

1 hour ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

10 minutes ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

34 minutes ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

57 minutes ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

2 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

3 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

4 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

5 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

editor by editor
March 30, 2026
in জীৱনশৈলী
0
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
0
SHARES
818
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত ২ এপ্ৰিলত পালন কৰা হ’ব হনুমান জয়ন্তী৷ এইদিনটোত বজৰংবলীৰ পূজা কৰিলে ভক্তৰ সকলো ইচ্ছা পূৰণ হয়৷ মঙ্গলবাৰৰ দিনটোত হনুমানজিৰ দিন বুলি ধাৰণা কৰা হয়৷ এইদিনটো নিষ্ঠা সহকাৰে পৱনপুত্ৰৰ পূজা কৰিলে সকলো বিপদ দূৰ হব৷ হনুমানে তেওঁৰ অনুগামীসকলৰ প্ৰত্যেকৰ সমস্যাৰ সমাধান কৰে৷ জ্যোতিষশাস্ত্ৰত চাৰিটা আছে যি হনুমানৰ বিশেষ আশীৰ্বাদপ্ৰাপ্ত৷

মেষ ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি ভগৱান হনুমানৰ প্ৰিয় ৰাশিসমূহৰ তালিকাত প্ৰথম মেষ ৰাশি৷ এই ৰাশিৰ জাতক জাতিকাই হনুমানৰ বিশেষ কৃপা পায়৷ এই ৰাশিৰ জাতক জাতিকাই যিকোনো সমস্যাত পৰিলে সেয়া দ্ৰুত সমাধান কৰে হনুমানে৷ মেষ ৰাশিৰ মানুহৰ দৃঢ় ইচ্ছাশক্তি থাকে৷ হনুমান এওঁলোকৰ প্ৰতি সদা সন্তুষ্ট হয়৷ ইয়াৰোপৰি মেষ ৰাশিৰ জাতকে জ্ঞান আৰু বুদ্ধিৰ জোৰত ভাগ্যক জয় কৰিব পাৰে৷ মেষ ৰাশিৰ জাতকে হনুমানৰ পূজা কৰা উচিত৷ ইয়াৰ ফলত তেওঁলোকৰ সমস্ত সমস্যা দূৰ হয় আৰু তেওঁলোকৰ সৌভাগ্য লাভ কৰে৷ হনুমানৰ পূজা কৰিলে এই ৰাশিৰ জাতক জাতিকাই কেতিয়াও আৰ্থিক অসুবিধা অনুভৱ নকৰে৷

সিংহ ৰাশি

এই ৰাশিৰ জাতক জাতিকাই হনুমানৰ দয়াত জীৱনত বিশেষ আশীৰ্বাদ পায়৷ সিংহ ৰাশিৰ জাতক জাতিকাই হনুমানৰ আশীৰ্বাদত জীৱনৰ সকলো সমস্যাৰ পৰা ৰক্ষা পায়৷ হনুমানৰ কৃপাত যিকোনো সমস্যা বা দুৰ্ঘটনা দূৰ কৰিবলৈ সক্ষম হয় এই ৰাশিৰ জাতকে৷ বজৰংবলীৰ কৃপাত পাৰিবাৰিক পৰিবেশ সকলো সময়তে শান্তিপূৰ্ণ আৰু ইতিবাচক হয়৷ এওঁলোকে কোনো আৰ্থিক অভাৱৰ সন্মুখীন নহয়৷ হনুমানৰ পূজা কৰিলে ঘৰত সুখ শান্তি থাকে৷ এই ৰাশিৰ জাতকে হনুমানৰ কৃপাতে তাৎক্ষণিকভাৱে সকলো সমস্যাৰ সমাধান লাভ কৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিত জন্মগ্ৰহণকাৰীয়ে হনুমানৰ বিশেষ আশীৰ্বাদ পায়৷ তেওঁলোকে ভগৱান হনুমানৰ আশীৰ্বাদত সফলতা লাভ কৰে৷ হনুমানৰ কৃপাত তেওঁলোকে প্ৰয়োজনীয় কাম ঠিক সময়ত শেষ কৰিবলৈ সক্ষম হয়৷ এই ব্যক্তিয়ে ভগৱান হনুমানৰ আৰাধনা কৰিলে ভাল লাভ কৰিব পাৰে৷ এই ৰাশিৰ জাতক অভাৱত নপৰে৷

কুম্ভ ৰাশি

এই ৰাশিৰ জাতক জাতিকাই হনুমানৰ বিশেষ প্ৰিয় হয়৷ কাৰণ হনুমানজীয়ে কুম্ভ ৰাশিক অতিৰিক্ত সুবিধা প্ৰদান কৰে৷ কুম্ভ ৰাশিৰ জাতকে তেওঁলোকৰ সমস্ত সাধনাত উন্নতি লাভ কৰে আৰু কামৰ ৰাস্তাত তেওঁ হনুমানৰ কৃপাত বাধামুক্ত হয়৷ ওপৰন্তু তেওঁলোকৰ কামত বাধা নাহে৷ এওঁলোকেও হনুমানৰ পূজাত বিশেষ উপকাৰ পায়৷ মঙ্গলবাৰে হনুমান মন্দিৰলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে এই ৰাশিৰ জাতকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BajrangbaliHanuman Pujalord hanumanLucky Astrology
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
Next Post
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন