• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষকে গুড টাচ্চ-বেড টাচ্চৰ বিষয়ে শিক্ষা দিয়াতহে পোহৰলৈ আহে পিতৃয়ে ২ বছৰে ধৰি কৰি থকা কামৰ কথা

শিক্ষকে গুড টাচ্চ-বেড টাচ্চৰ বিষয়ে শিক্ষা দিয়াতহে পোহৰলৈ আহে পিতৃয়ে ২ বছৰে ধৰি কৰি থকা কামৰ কথা

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শিক্ষকে গুড টাচ্চ-বেড টাচ্চৰ বিষয়ে শিক্ষা দিয়াতহে পোহৰলৈ আহে পিতৃয়ে ২ বছৰে ধৰি কৰি থকা কামৰ কথা

editor by editor
March 15, 2024
in ভাৰত
0
শিক্ষকে গুড টাচ্চ-বেড টাচ্চৰ বিষয়ে শিক্ষা দিয়াতহে পোহৰলৈ আহে পিতৃয়ে ২ বছৰে ধৰি কৰি থকা কামৰ কথা
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিক্ষকে গুড টাচ্চ-বেড টাচ্চৰ বিষয়ে শিক্ষা দিয়াতহে পোহৰলৈ আহে পিতৃয়ে ২টা বছৰে ধৰি কৰি থকা কামৰ কথা

ভাল বেয়াৰ বিষযে একো নজনা এগৰাকী কনমানিয়ে বিদ্যালয়ত শিক্ষকে দিয়া ভাল টাচ্চ আৰু বেয়া টাচ্চৰ বিষয়ৰ জ্ঞান লাভ কৰিহে জানিব পাৰে নিজৰ লগত দুটা বছৰে ধৰি ঘটি থকা কাণ্ডৰ কথা।

এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে দুটা বছৰে ধৰি পিতৃয়ে কৰি আহিছিল জঘন্য কাম। যি কথা নিজে বুজি উঠাৰ পাছতে সহপাঠীৰ সৈতে কথাৰ ভাগ বতৰা কৰে কনমানিয়ে।

তাৰেই আন এগৰাকী কনমানিয়ে যেতিয়া শিক্ষাগুৰুক সেই বিষয়ে অৱগত কৰে লগে লগে কথা গৈ পৰে প্ৰধান শিক্ষকৰ ওচৰত। প্ৰধান শিক্ষকেও কোনো পলম নকৰাকৈ কনমানিগৰাকীক মাতি নি সোধ পোচ কৰাৰ লগতে আৰক্ষীকো ঘটনা সন্দৰ্ভে অবগত কৰে।

জানিব পৰা মতে এই নিকৃষ্ট ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ। য’ত এগৰাকী পিতৃয়েই দুটা বছৰে ধৰি পত্নী পূজা দিবলৈ যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰায়ে কনমানি কন্যাৰ সৈতে কৰি আহিছিল নিকৃষ্ট কাম।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পৰাৰ লগে লগে কনমানিৰ ভাষ্য সংগ্ৰহ কৰি অভিযুক্ত পিতৃৰ নামত কলংকিত পাষণ্ডক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে কনমানিগৰাকীকো স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Good Touch Bad TouchGoof TouchPolice Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
নিশা লেতেৰা বাচন ধুই থয় নে নথয়…সাৱধান! হ’ব পাৰে এই অপায়-অমংগল

নিশা লেতেৰা বাচন ধুই থয় নে নথয়...সাৱধান! হ'ব পাৰে এই অপায়-অমংগল

‘কা’ সন্দৰ্ভত ১৯ মাৰ্চত শুনানি দিব উচ্চতম ন্যায়ালয়ে

'কা' সন্দৰ্ভত ১৯ মাৰ্চত শুনানি দিব উচ্চতম ন্যায়ালয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.