অসম লাইভ ২৪ঃ মাইক্ৰ’ফাইনেন্সৰ নামত Axis বেংকৰ বৃহৎ জালিয়াতি। এই ঘটনা সংঘটিত হৈছে যোৰহাটত। বহু মহিলাৰ নামত ঋণ লৈ আত্মসাৎ বেংকটোৰ। প্ৰবঞ্চনাৰ জালত পৰিল বোকাখাতৰ ১৬ গৰাকী মহিলা। এই কথা পোহৰলৈ আনিলে জীপাল কৃষক শ্ৰমিক সংঘই। ঘটনা সন্দৰ্ভত axis বেংকৰ শাখাত স্মাৰকপত্ৰ দাখিল। বেংকটোৰ বিৰুদ্ধে তদন্তৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ