• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?

ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?

2 years ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

2 minutes ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

23 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

35 minutes ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

55 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

2 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

2 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

2 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

4 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

5 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?

editor by editor
April 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৭ এপ্ৰিলত ৰাম নৱমী। অযোধ্যাত এতিয়া ৰাম নৱমীৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে। সজাই পৰাই তোলা হৈছে ৰাম নগৰী অযোধ্যাক। সৰযূ নদীৰ পাৰৰ ৰাম মন্দিৰতো চলিছে ৰাম নৱমীৰ প্ৰস্তুতি। ৰাম মন্দিৰ নিৰ্মাণৰ পাছত প্ৰথমবাৰৰ বাবে সেই মন্দিৰত ৰামনৱমী পালন কৰা হ’ব।

অযোধ্যাত ৰাম নৱমী উপলক্ষ্যে লাখ লাখ ভক্তই ভিৰ কৰাৰ সম্ভাৱনীয়তা দেখিয়েই পূৰ্বৰে পৰাই সষ্টম হৈছে প্ৰশাসন। ৰাম নৱমীৰ বাবে ১৭এপ্ৰিলত প্ৰায় ৪০লাখ ভক্তই ভিৰ কৰিব পাৰে বুলিও ধাৰণা কৰিছে প্ৰশাসনে। ইয়াৰবাবে পূৰ্বৰে পৰাই নিৰ্দেশিকা জাৰি কৰা হৈছে ৰাম মন্দিৰৰ তৰফৰ পৰা। ৰাম মন্দিৰ ট্ৰাষ্টে জাৰি কৰা নিৰ্দেশিকা অনুসৰি, ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিল পৰ্যন্ত কোনো ভি আই পিয়ে এই মন্দিৰত প্ৰৱেশ কৰি নোৱাৰিব। কোনো ভি আই পি পাছ মন্দিৰৰ তৰফৰ পৰা দিয়া নহ’ব।’

ইয়াৰ মাজতে বাতিল কৰা হৈছে ৰামলালাৰ দৰ্শন আৰু আৰতি পাছো। যাৰবাবে কেইবাদিন ধৰি ভিআইপি দৰ্শন বন্ধ থাকিব। ৰাম মন্দিৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদকে জনোৱা মতে, ৰামনৱমীৰ দিনটোত কোনো ভক্তই মন্দিৰৰ ভিতৰলৈ মোবাইল ফোন, কেমেৰা লৈ প্ৰৱেশ কৰিব নোৱাৰিব। অযোধ্যা জিলা প্ৰশাসন আৰু উত্তৰপ্ৰদেশ চৰকাৰে এই বৃহৎ অনুষ্ঠানৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তুলিছে। ১৬, ১৭ আৰু ১৮ এপ্ৰিলত ৰামলালাৰ দৰ্শনৰ সময় বঢ়াই ২০ঘণ্টা কৰা হৈছে। দৰ্শনাৰ্থীৰ বাবে ২০ঘণ্টা ধৰি খোলা থাকিব ৰাম মন্দিৰৰ দুৱাৰ। ৰাম নৱমী উপলক্ষ্যে বিপুল সমাগম হোৱাৰ আশংকা কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টেও।

ইতিমধ্যে নয়া ঘাট জোন, নাগেশ্বৰনাথ জোন, হনুমানগড়ী মন্দিৰ জোন, কনক ভৱন মন্দিৰ জোনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। অযোধ্যাৰ ৰাম নৱমী মেলা আৰম্ভ হৈছে ৯এপ্ৰিলৰ পৰা আৰু এই মেলা শেষ হ’ব ১৭ এপ্ৰিলত। যাতে সমস্ত বিভাগে যথাযথভাৱে দায়িত্ব পালন কৰে তাৰবাবে চহৰৰ স্বাস্থ্য বিভাগ, অযোধ্যাৰ পৌৰ কৰ্পৰেছন আৰু চহৰৰ বিদ্যুৎ বিভাগকো সতৰ্ক কৰি দিয়া হৈছে।

ৰাম নৱমী উপলক্ষ্যে প্ৰসাদ হিচাপে পঠোৱা হৈছে ১,১১,১১১ কিঃগ্ৰাঃ। দেওবাৰে হংস বাবা ট্ৰাষ্টৰ ট্ৰাষ্টি অতুল কুমাৰ ছাক্সেনাই জনোৱা অনুসৰি, দেওবাৰে হংস বাবাই পঠিয়াইছে ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডু। ভক্তসকলৰ মাজত এই লাড্ডু প্ৰসাদ হিচাপে বিতৰণ কৰা হ’ব। বিগত ২২ জানুৱাৰীত ৰামলালাৰ অভিষেকৰ দিনটোত ৪০ হাজাৰ কিঃগ্ৰাঃৰ লাড্ডু পঠিয়াইছিল এই ট্ৰাষ্টে।

উল্লেখ্য যে ৰামনৱমী উপলক্ষ্যে ৰামলালাৰ কঁপালত ঠিক দুপৰীয়া ১২ বজাত সূৰ্যৰ পোহৰ পৰিব। যি ৰামলালাৰ কঁপালত সূৰ্যতিলক হ’ব। প্ৰতি ৰামনৱমীত দুপৰীয়া সূৰ্যৰ আলোক ৰশ্মিৰ ৰামলালাৰ মূৰ্তিৰ কঁপালত পৰিব। এই কাম সম্ভৱ হৈছে কেৱল বিজ্ঞানীৰ অক্লান্ত গৱেষণাত। কাৰণ সূৰ্যৰ ৰশ্মি ৰামলালাৰ কঁপালত বিজ্ঞানসন্মতভাৱে প্ৰতিফলিত হ’ব কেৱল ৰামনৱমীতেই। চাৰি মিনিটৰ বাবে ৰামলালাৰ কঁপালত থাকিব এই তিলক। ৰামলালাৰ কঁপালত সূৰ্যৰ পোহৰ প্ৰতিফলিত হোৱাৰ সময়খিনি লাইভ টেলিকাষ্ট চাব পাৰিব দেশবাসীয়ে। বিশেষকৈ এই দিনটোত অযোধ্যাত কমেও ১০০তকৈয়ো অধিক এল ই ডি স্ক্ৰিণ বহুওৱা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?
জীৱনশৈলী

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

April 13, 2026
Next Post
২ঘণ্টাৰ বাবে GS ROAD হ’বONE WAY, ৪ঘণ্টা সম্পূৰ্ণৰূপে বন্ধ থাকিব যান-বাহন চলাচল

২ঘণ্টাৰ বাবে GS ROAD হ'বONE WAY, ৪ঘণ্টা সম্পূৰ্ণৰূপে বন্ধ থাকিব যান-বাহন চলাচল

কাইলৈ বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

কাইলৈ বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.